পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এতেকে ইও কীত্তন-ঘোষাৰ সমসাময়িকভাৱে শঙ্কৰদেৱ অস্তুতঃ নামনি। বোলোঁ যোৰ হাতে যেন অনশনে যেহেন দুলে হেন সানি মোৰ পঢ়া শুনা 'শতাক উপহাৰ দিয়াৰ কথা চৰিত-পুথিৰ পৰা আগতে উল্লেখিত হৈ নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৫৭ শুনা সৱে প্ৰাণী জানি বা নানি। ৰছিলো ইটো পয়দ। সৱে সমস্যাতে কমিয়ে দোষ আমাৰ।৭১। পোষণ ছটকে যেই সেই বাৰ কৰে। যেহিমানে বোলে ভাক কোনে কোষ ধৰে। অপবাধয়। ক্ষনিকে বৃদ্ধজন। অনব দুৰ্গতি মাস্তাক ৰাণায়ণ॥ কৃষ্ণৰ চৰিত্ৰ সমকে অমৃত শুনিয়া হয় সন্তোষ। হয় তেনে বঢ়া-ফুটা যত দোষ॥৭৯২। যি যি প্ৰমাণৰ ওপৰত ৰুক্মিণীহৰণ কাব্য শান্ধৱদেৱৰ চেমনীয়া কালৰ বচনা বুলি ঠাৱৰোৱা হৈছে, সেইবোৰেই হৰিশ্চন্দ্ৰৰ উপাখ্যানৰ দৰে, কিন্তু তাতকৈ অনেকগুণে অধিক আক, স্থায়ীভাবে, এই কাৱাৰ সৰৱ-বহিতৰ গুৰি। কিন্তু মহাকবি শেক্সপীয়েৰৰ প্ৰতিভাৰ বিশালতাৰ প্ৰমাণ যদি তেওঁৰ বচিত নাটকবোৰৰ প্ৰবচনৰ দৰে মানুহূ মুখে মুখে প্ৰচলিত বচন-মুকুতাবোবেই হয়, তেন্তে মহাকবি শঙ্কৰদেৱৰ তেনে এপোণ আঁৰা বচন-মুকুতাৰ বহুতখিনি এই কাব্যৰে। (অধ্যয়ন, ১২৯-৩৫)। ফক্মিণীহৰণ নাট ত কৃষলৈ ৰুক্মিণীৰ মনোভাব যি সুগহীন গদ্য-বচনাত পত্ৰবাস বিতোপনকৈ বৰ্ণাইছে, সেই মনোভাবকে ৰুক্মিণীহৰণ কাৰ্যত শঙ্কৰদেৱে অপূৰ্ব্ব হেন্দোলনি ভোলা ছবি ছন্দত এইদৰে বথানিছে- “কৃষ্ণৰ চৰণে মো, কৰূিশী বুলিলা হেন বাক। তোমাৰ চবিত্ৰ-গুণ, দেশাৰী মুখে শুনি, স্বামীভাৱে ববিলে তোমাক। ১০০। তৈলোক ঈশ্বব তুমি, পৰম পুকয হব, তোমানো হয় নে নাটে। কেনে আছ বাট চাই দিনে এক যুগ যায়, লেক িো আসি কান্টে।১০১। ভকতি-প্ৰদীপ (গৰুড় পুৰাণ) পুথিখন হণপৰাতে শঙ্কৰদেৱে নাৰায়ণ হেন কথা কহিবাহ,