পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী ভাৱে গণেশক নাৰাখি কুল-পুৰোহিত বশিষ্ঠৰ বাধা আৰু নানা বিঘিনি সৱেও বিযুক্ত উপাসনা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হল সেয়ে এই কাব্যৰ মৰ্ম্মকথা। ওকণীক ভয়ে কোনে মুণ্ডি আছে কেশ, " এনে বৰ্ণনা-চাতুৰ্য আৰু ঘৰুৱা উপমাৰ পৰাও ইয়াক শঙ্কৰদেৱৰ চেপ্তেৰ কালৰ ৰচনা বুলিব পাৰি। ৰুক্মিণী- হৰণ কাব্যও শঙ্কৰদেৱৰ আগবয়সৰে আন এখনি সহী কাব্য। হৰিবংশ কথা কবি শঙ্কৰে সম্প্ৰতি। কণিীহৰণ পদহ্নে নিগদতি॥ একে হবিবংশ কথা অমৃত সাগত। আববা ভাগবত কথা মিশ্ৰ দিলো তাত॥ দুয়ো কথা পবন্ধে কৰিছে মিলাই। ফেন মধু মিশ্ৰ দুগ্ধে অতি স্বাদ পায়॥ এনে ভাযা-বিলাসিতা কবিৰ নিশ্চয় আদিবয়সৰ প্ৰমাণ॥ শিশুপাললৈ না বিয়াৰ প্ৰস্তাৱত কণিীব প্ৰগলভতাও তাবেই চিনাকি- চদ্ৰক ধৰিব খোজে শিশু হত মেলি। অমৃতক বাক্তে যেন চুকৰ ভেকুলি॥ সেহিমতে আশ শিশুপালৰ আমাক। ফেন যু-ভাগ ভূদ্বিবাক চাহে কাক॥ মহাদান খোজে যেন পতিত ব্ৰাহ্মণে। বিশিষ্ট স্বৰ্গক বাঞ্ছে ব্ৰহ্মবধীগণে॥ সিংহে এৰি শৃগালক ভজে কোন প্ৰাণী। দুগ্ধ এৰি কোনজনে খায় খাব-পানী॥ আকৌ বংশ-গণিমা আৰু আয়-পঘিনা সমন্বয়ত তাৰ স্পষ্ট সাক্ষী তেমনীয়া ৰন্ধে, বইলা প্ৰৱদ্ধে, বটদ্ৰৱা নামে খ্ৰীম। দুৰ্লভ নাৰাণে - বয় মনে দিলা দেবীদাস নাম॥ মহা ধৰি বাজ নাম যাব। তান গৰ্ভেশৰ ভৈল সূৰ্যবৰ কাহল উদ্ধাৰ। ৫২৭। প্ৰসিদ্ধ কুসুম নাম। সাতে পাতি গুণতে নাহি উপম॥৫২৮। তাহান সন্ততি অতি শিশুমতি শয়নে সুশ পয়াল। পণ্ডিত লোকত কৰৰে কৰো কমিয়ে দেয় আমাৰ॥৫২৯। মোৰ পদচয় যিহোক সিহোক নধৰিবা গুণ দোষ। চিত্তক কৰা সন্তোষ॥৫৩০। সামৰশিত আকৌ এই সকলো অনুমান সম্পূৰ্ণ সমৰ্থিত হয়- স্বলে অধিক ইতো অধিক হৰি। হোবস্ত কৰিণী বৈলা ৰঙ্গে ক্ৰীড়া কৰি॥৭৯০। তাহাব সন্ততি আজিও প্ৰময় যাব কীৰ্তিয় স কত শচীতে অধিক