পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহা মিত্ৰতি ১৫২ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী হাজাৰেক সূৰ্য্য যেন জ্বলে। তাহাৰ পাছত ঘোড়া চলে॥ যোব তমো তবিয়া সত্বৰে। জ্যোতিপুঞ্জ পাইল তাত পৰে॥১৫৫৫। বশ্মি লাগি চক্ষু ফুটে দেখি। মুদিলা অঙুেনে দুই আখি॥ তাক এৰি জল পাইলা গই। ঘোৰ উৰ্ম্মি বায়ু উথলয়॥১৫৫৬। দুয়ো গৈয়া দেখিলা প্ৰত্যেক। স্ফটিক স্তম্ভ হাঞ্জাবেক।১৫৫৭। দিব্য গৃহ প্ৰকাশন্তে আছে। পশিলা ভিতৰ তাৰ পাছে॥ অনন্তক গৈয়া ভৈল টে। তুলি আছে হাজাবেক ফেট॥১৫৫৮। ফণা-মণি কৰে তিবিমিবি। প্ৰকাশন্ত যেন শুক্ল গিৰি॥ দামোদৰ বিখ্যাত বামুণবামুণীৰ চিত্ৰ চমৎকাব— আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ বৈষ্ণৱ অতি পৱিত্ৰ॥ কৃষএম তান পঢ়ন্তে গুৰু গুহত। খাইবে-খুন্টিক একোৱে নাহিকে বস্ত্ৰহীন শণীত॥১৫৮০। অতি পন্ত্ৰিত তাহন ব্ৰাহ্মণী দুঃখে দও যুগ যায়। কাম্পন্তে আসিয়া স্বামীক বুলিলা মুখৰ মাত নোলায়॥ শুনিয়োক স্বামী। মন্দভাগী আমি। সহিবাত নিকাশ॥১৫৮৩। ভাৰ্য্যাক বোল যি পৰা সন্দেশ আনি দিয়া কান্টে উঠি। শুনিয়া ব্ৰাহ্মণী মাণিণ আনিলন্ত চাউল-চিবা চাবি মূঠি।১৫৮৩। কানিৰ টোপলি বান্ধি আনি দিলা ব্ৰাহ্মণে কাষত লৈল। দ্বাৰকাক লাগি গৈলা॥১৫৮৪। দৈৱকীৰ পুত্ৰ-আনয়ন আৰু বেদ-স্তুতিত সেইদৰে আখ্যানৰ চলেৰে শঙ্কৰদেৱে নানান তত্ব দেখুৱাইছে। শঙ্কৰাচাৰ্য্যৰ অদ্বৈতবাদেই শঙ্কৰদেৱৰ প্ৰচাৰিত মতৰ যে অধিক ওচৰ, তাক আৰু স্পষ্টকৈ বুজিব পাৰি তোমাৰ অদ্বৈত বাপ, বম আনন্দ পান, তাতে মোৰ মগ্ন হোক চিত্ত॥১৬৭০। নুহি নাৰায়ণ দিয়া, শ্ৰৱণ কীৰ্ত্তন ভক্তি, নোহো যেন বেনত অধীন॥১৬৭৩। ইয়াত অৱশ্যে বেদ মানে কৰ্মকাণ্ডৰ কথাকে কোৱা হৈছে। লীলা-মালাত কৃষ্ণ-অৱতাৰৰ আদ্যোপান্ত বিৱৰণ পাঁচ কুৰিৰ তাকৰ পদত সাতোটি কবিতাৰ ভিতৰত আটক-ধুনীয়াকৈ বৰ্ণোৱা হৈছে। দেখিবাক মনে