পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৪৭ কুক চাহিয়া থাকিল ৰহি। চল্প লোহ ধীৰে যায় বহি। ৭৭২। পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত। কৃষ্ণৰ খোজত পড়ছে যান্ত।৭৭৫। কৃষ্ণৰ সুন্দৰ বদন চাই। যশোদা কান্দ শুণ কাই॥ গোধুলি কোনে যাইবে বংশী বই। কোনে মোক গৈয়া বুলিবে আই॥ ধূলা জাৰি কাক কইবো গান। কোনে কৰিবেক গোৰস পান॥ কাক বিছাই দিৰে শীতল তুলী। ডাকিবে কাক জাগ কৃষ্ণ বুলি। সুমন বদনে ৰজা বেলু। প্ৰভাতে কোনে চৰাইবেক ধেনু॥ কি ভৈল আজি মোৰ কৃষ্ণ বাল। মৰিয়ে নেড়াইবো তোৰ সহপ॥ ৰাস-ক্ৰীড়া দহকুৰিৰ অধিক পদেৰে ওঠৰটি কবিতাত সম্পূৰ্ণ। ই ভাগৱতৰ নিব-নিপানী চমু ভাঙনি, চৈতন্যদেৱৰ প্ৰচাবিত মতৰ লগত অসমৰ বৈষ্ণৱ ধৰ্মৰ পাৰ্থক্য এয়ে যে বাধাপ্ৰধান সহজীয়া মতেৰে ই ভেজাল নহয়। মহাপুৰুষীয়া ধৰ্মত শ্ৰীকৃষ্ণৰ লীলা অকল কোনো এগৰাকী গোপীৰ লগত নহয়; ই সদৌ গোপীব লগত; আৰু ইয়াত গোপীসল জীৱা আৰু কৃষ্ণ পৰমাত্মাৰ প্ৰতীক। বাস-ক্ৰীড়াৰ আৰু এটি তথ্য জীৱ-ঈশ্বৰ-সংসাৰ সম্বন্দ্ব। “সুস্থৰ মধুৰ কবি হবি গাইলা গীত আৰু ঈশ্বৰ কৃষ্ণৰ এই নিমাত জীৱ-গোপী যে মতলীয়া হৈ উঠিব ই স্বাভাবিক। বাহ্যিক সম্বন্ধত জীৱৰূপী গোপীৰ পতি বা গৰকি হল সংসাৰ; আৰু এই সম্পৰ্কত ঈশ্বৰ ৰা পৰমায়া হল অপপতি। গোপীসকল গৈ পোৱাত এই সমস্যাকে কৃষ্ণই উত্থাপন কৰিলে; আৰু স্বৰূপ অৱস্থাৰ উপলব্ধিৰ বাবে ই সম্পূৰ্ণ প্ৰাসঙ্গিক। এই পৰীক্ষাত গোণীসকল উত্তীৰ্ণ হল, শ্বেতাশ্বতৰ উপ- নিষদত কোৱা “পতি পীনাং পৰমাং পবৎ” জাকৰ উপলব্ধি গোপীৰ হোৱা বুলি বুজিল। আৰু নাৰদীয় ভক্তি-সূত্ৰৰ ভাষাবে * ন তত্ৰ বিস্মৃতিৰানাপবাদঃ দেখি, কৃষই বাস জুবিল। কহিলা যিটো কুলস্ত্ৰীৰ ধৰ্ম্ম। তোমাতে আহোক যি সৱ ধৰ্ম্ম ৮০০। জগতৰে বন্ধু আতমা তুমি। সমঃ ধৰ্মৰ আপুনি ভূমি॥ তুমি আৰা হল জানি সম্প্ৰতি। তোমাতেসেৰে ভকতে বতি॥৮৩১। কিন্তু অলপতেই গোপীৰ “অহম্মম” জাগিল, আৰু তাক চুৰ্ণ কৰিলৈ দৰ্পহাৰী ভগৱন্ত অধ্যান হল। বিহত মতলীয়া গোপীৰ বৰ্ণনাত শঙ্কৰদেৱে যি অতুলন কৰুণ ৰস ফুটাই তুলিছে সি জগত শ্ৰেষ্ঠতম কবিসকলৰৰ আদৰৰ বস্তু হল- COCER