পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৰ-জন যুগত গুলি উঠা অসমীয়া সাহিত্য ১৪১ কুসুম-মালা আদি নানাবিধ সুন্দেবে এই অপূৰ্ব কাব্যবোৰত এক চিৰন্তন স্পন্দন সুমুৱাই দিছে। অকল ইমানেই নহয়, বৰগীতবোৰ সদায় যেনেকৈ ভাবৰ উপযোগী ৰাগত বান্ধি দিছে, বিভিন্ন ছন্দও ইয়াত সেইদৰে উপযোগী ভাবত বান্ধিছে। দ্ৰয়-বিজয়ব দুৰ্ব্যৱহাবৰ বাবে ক্ষমা বিচাবি মাধৱে যি বিনয়-নম্ৰ বাণী বুলিলে, তাক শুনি চাৰি সিদ্ধৰ মনত হোৱা উগুল-থুগুল ভাব প্ৰকাশ কৰিবলৈ যুমুলি বা গজপতি ছন্দৰ উদ্ভাৱনা- “তোমাৰ বনে স্বামী। নুবুজিলো কিছু আমি॥ আপুনি ঈশ্বৰ হয়। বোলাহা কবিয়ো বয়া॥২৭৫। তিজগতে কৰে সেৱ। বোলাঁ মোৰ বিশ্ৰ দেৱ॥ যত দেৱ দ্বিজ ভূমি। সৱাবো দেৱতা তুমি॥২ ৭৬ | কৰিলোঁ দাৰুণ পাপ। ঘিয়ে হাত লাল॥২৮৫। ছন্দ-বৈচিত্ৰাৰ দৰে কীৰ্ত্তন-ঘোষাৰ ৰস-বাহুল্য ও বিশেষ মন কৰিব লগীয়া। নৰসিংহৰ ৰূপ-বৰ্ণনাত অদ্ভুত-ৰসৰ মনোৰম অৱতাৰণ— অদ্ভুত দেখিয়া দৈত্ৰপতি তৈল চুপ। নোহে সিংহ নোহে, ইটো মনুষ্কাৰ কাপ॥ তপ্ত সূৰ্ণন বৰ্ণ হলে চক্ষু দুই। পৰ্বত সমান কায় আছে স্বৰ্গ ছুই॥ শৰীৰৰ লোম চন্দ্ৰসম শুক্লবৰ্ণ। তুলি আছে ঠিক বধ দুই কৰ্ণ॥ বাইল মুখ যেন গিৰি-হৰ পৰাই। প্ৰচণ্ড বাতাস যেন নিশ্বাস বজাই॥ প্ৰকাশয় কেশ শিৰে বৰিৰ কিৰণ। সুকুটি কুটিল মুখ বিকট মশন॥ গহ লহ, কৰে ডিফেন খুব বাব। হলে বা শত শ্ৰী নখে চমংকাল॥ ৰুহুল হয় দীৰ্ঘ গ্ৰীবা শুশ কটি। লিৰ মেলি আছে দুই দশন প্ৰকট। ভয়ানক ৰসৰ অৱতাৰণা কৰিবলৈ হ্ৰস্ব-একাৱলী -- “দশিৰ মুথন্তে যেৰে আছে। দেখি খাঙ্গে নবসিংহে পাছে॥ কম্পাই শিৰ কেশব উল্লাসি। তুলিলা আছোটে যোৰ হাসি।৪১২। চিত কবি উকত থাপি। নখে তাৰ হিয়া পিৰিল॥B১৫। চনু পকাই দৈত্য অন্তকাৰী। চেলেকন্তু জিহায়ে কোৱাৰি॥ কধিৰে দিশিাধ দেহা হই। শিৰত মেড়াইল আস্ত দুই॥৪১৬। দৈত্য জিনি ত্যজিলা আটাস। পলায় দিগগজ দুয়া হ্ৰাস॥ ঝদ্ধান্তে শিৰৰ কেশ। উড়ায় সৰে বিমান স্বৰ॥৪১৯} খলকে সাগৰ ঘাস লাগি। বেগত পৰ্বত পড়ে ভাগি॥