পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> 80 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী মুঠতে, এজন ইংৰাজ সমালোচকে কবৰ দৰে, প্ৰাচীন শিল্পীয়ে দেৱ-নন্দিত আৰু নৱন্যাস শিল্পীয়ে উপবনত থাকি আপোন মনেৰে সৌন্দৰ্য-সাধনা কৰে। অজামিলোপাখ্যানন চাবিটি কবিত অজ্ঞানিলৰ বাহিনীৰ ইকোটাত শঙ্কৰদেৱে নিজ ধৰ্মমতৰ উপদেশ আৰিছে- “হকিনামে সৰ লাতক হয় জ্ঞানে বা অগানে বোলে। মেন ছত্ৰশনে শুনে কাষ্ঠক অতি অপ্ৰয়াসে পোলে॥ প্ৰদত থাকি যিটো হৰি বোলে সিচো সব দুঃখে তৰে। নজানি ভূঞ্জিলে তানো গৰ্ভৰোগ হৰে॥১৮৭।" প্ৰহ্লাদচৰিত্ৰ পূৰ্বকবি হেম সৰস্বতীৰ এই নামৰ পুথিৰ দৰেই আঢ়ৈশৰ অধিক পদৰ মুঠ বাইশটি কবিতাৰ এখনি সুকীয়া কাবাব দলে-- “ব্ৰহ্মাৰ মানস চাবি তনয়। মা আকাশে আদম॥২১৮। আনন্দে লোক চাহন্তে যুবি। দিয়ে দেথিল বৈকুণ্ঠ পুৰী॥ অতি আনন্দিত বিষ্ণুৰ স্থানে। সৰে চতুভুজ পুৰুষ মানে॥২১৯।" যতেক মণী লক্ষ্মী প্ৰত্যেক। কৰে সন বৃকে যতেক॥২২০। শঙ্কবাচায্যই “গ্লোকোৰ্জেন প্ৰবক্ষ্যামি যদুং গ্ৰন্থকোটিভিঃ" বুলি বিজয়দৰ্পে কোৱাৰ দৰে একো নুবুলিও শঙ্কৰদেৱে ওপৰৰ এফাকি গদত, যাদুকৰী চিত্ৰশিল্পীৰ দৰে লিখনীৰ মাথোন একেটি আঁকত, গোটেই বৈকুণ্ঠখন কেনে- দৰে আকি পেলালে। তাৰ ওপৰতে আকৌ লিখনী বুলালে— বৈকুণ্ঠ নগৰী নিৰুপম। নাহি যাত কালৰ বিক্ৰম॥২৩০। মুৰ্তি ধৰি বেন শাস্ত্ৰগণ। কৰে বেঢ়ি মহিমা কীৰ্তন॥২,৩২।" বাইবেলৰ আড্ৰাম-ঈ ঈশ্বৰৰ এটি বাক্যত সৰি পবাৰ দৰে প্ৰয়-বিক্ৰয় বৈকুণ্ঠৰ সপ্তম দ্বাৰৰ দুৱৰী থানব পৰা কেনেকৈ হঠাৎ খহি পৰিল। “দেখিয়া পাছে হেন চাবি সিদ্ধ। দেখান্তে শিশু শাসিত বৃদ্ধ। কুশ দলশন তাশা ভঙ্গে। কোপে চক্ষু পকাই মাতন্তু গল্পে॥২৪০। বৈষব বোলা ভোলা দুয়োজন। বৈকুৰ্থবাসীৰ নোহে, লক্ষণ॥২৪৯। পাৰিষদ ৰোলাই কবস চটি। নোহি বৈষাৰ দুয়ো কপটী॥ বৈকুণ্ঠতো আনা দুশ বড়। ঐব পবা তোলা দুহান্তে পড়॥২৪ ২। কীৰ্ত্তন ঘোষাৰ দুন্দ-বৈচিত্ৰও অতি চমৎকাৰ। ইয়াত সাধাৰণ পদ, দুলড়ী, ছবি, লেছাৰী আদিৰ উপৰিও ঝুনা বা একাৱলী, কুমুবি বা গজ গতি,