পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সহৱ কৰিছিল নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী ক্ষেত্ৰতো গীতা- ভাগবতে যি শীৰ্ষস্থান লা কৰে সদেী সমীয়া সাহিত্যতো কীৰ্ত্তন-নামঘোষাই তেনে স্থানকে অধিকাৰ কৰে। গতিকে ধৰ্মভাবৰ কথা এৰিও সাহিত্যৰ ফালৰ পৰা এই শীৰ্ষস্থানীয় গ্ৰন্থকে খনত কি বিশিষ্ট সাহিত্যিক গুণ আছে তালৈ মন কৰিব লগীয়া। সাহিত্যৰ “হবমিলিটী" বা প্ৰসাদ গুণটো প্ৰকাশ কৰিবৰ বাবে জলদগম্ভীৰ সংস্কৃতৰ দৰে প্ৰাচীন ভাষা যেনে উপযোগী, প্ৰাদেশিক ভাষা কেতিয়াও তেনে নহয়; ইংৰাজী ভাষাৰ ভিতৰেদিও এই ছমিলিটী গুণ ফুটাই তুলিব পাৰিছে অকল মিণ্টন আদি দুই এজন কবিয়েহে। গতিকে সংস্কৃতৰ লগত অসমীয়া ভাষাৰ কেৰ মবাৰ নিচিনা এটা অসম্ভব কাম শঙ্কৰদেৱ-মাধৱদেৰ প্ৰভৃতিয়ে কেনেৈ তাক দুই এটি উদাহৰণৰ পৰাই বুজিব পাৰি; কিয়নো গাম্ভীৰ্যৰ কথাই নাই, অৰ্থততা অসমীয়া শব্দ ভাববহুল নহলেও মহাপুৰুষে সংস্কৃতন সমানে সমানে যে মাৰি লিখিছে- ‘ন গঙ্গা ন গয়া সেতুমন কাশী ন চ পুৰু। জিহ্বগ্ন বৰ্জতে যস্য হণিবিত্যক্ষ স্বয়ম্॥" “হৰি হেন ইটো দুটি অক্ষৰ জিহ্বা অগ্ৰে থাকে যাৰ। গঙ্গা গয়া কাশী পুৱৰ সেতুক যাইবাক লাগে তাব॥” এইদবেই জয়দেৱৰ “প্ৰলয়পয়োধিলে ধুতবানসি বেদং" সংস্কৃত স্ৰোত্ৰৰ লগত বিলেও শঙ্কৰদেৱৰ চতুৰ্বিংশতি অৱতাৰৰ অসমীয়া পদ, কীৰ্ত্তনৰ আৰম্ভ, কোনো প্ৰকাবে হীনপ্ৰভ নহব নিশ্চয়। মহাপুৰুষীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্বব মূল সুৰ কীৰ্ত্তনৰ এই প্ৰথম কবিতাৰ প্ৰথম শাণীতে বাজি উঠিল!শহৰাচাৰ্য্যৰ ৰোনপ্ৰধান তাদ্বৈতবাদৰ- “শ্লোকাৰ্পেন প্ৰবামি যদুক্ত গ্ৰন্থ কোটিভিঃ। ব্ৰহ্মা সতাং প্ৰগমিথ্যা ঞ্জীৱো ব্ৰহ্মেৰ কেৱলম্॥" এই মত আংশিকাপে গ্ৰহণ আৰু আংশিকবাপে খণ্ডন কৰি ৰামানুজে যি ভক্তিপ্ৰধান বিশিষ্টক্ষেত্ৰবাদ মত উলিয়ালে, তাকে শঙ্কৰদেৱে আকৌ আংশিক ভাৱে বৰ্জন-গ্ৰহণ অৰ্থাৎ ৰামানুজ শ্ৰীসম্প্ৰদায়ৰ অনুবৰ্তী নহৈ নিজস্ব ভাৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে। একে ভক্তি-প্ৰধান ভাগৱতী ধৰ্ম প্ৰচাৰ কৰা আৰু অৱতাবাদ স্বীকাৰ কৰা বিষয়ত শঙ্কৰদেৱ ৰামানুজাচাৰ্য্যৰ লগত এক; কিন্তু “ব্ৰহ্ম সত্য প্ৰগমিথ্যা” আদৰ্শত পদেৱ ৰামানুজতকৈ শঙ্কৰাচাৰ্যৰ সৈতেহে