পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SO নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন কাব্য নহয়, সৰু-বৰ দেঢ়কুৰিখনমান কাৰ্যৰ এখনি অপূৰ্ব কাব্যকোষ। কীৰ্তন-ঘোষাৰ ভিতৰুৱা গোপী-উদ্ধৱ সম্বাদৰ পৰা সকলো প্ৰকাৰে সুকীয়া, উদ্ধৱ সম্বাদ নামৰ পুথি এখন ভদ্ৰসেন বৰাৰ দ্বাৰা সংগৃহীত হৈ গিড় আহোম স্থাপশালৰ পৰা প্ৰকাশিত হোৱা আমাৰ হাতত পৰিছে- আয়ু যায় ক্ষণে ক্ষণে, কৃষ্ণৰ কিঙ্কৰে ভণ, নিবম্ভবে বোলা বাম বাম॥৯১। কৃষ্ণব কিঙ্কবে কহে এড়া আন কাম। পাতক ছাড়োক ভকি বোলা ৰাম বান॥১৫৭ এনে ভণিতাত পোন পাকে শঙ্কৰদেৱৰ নাম নাই। মহেন্দ্ৰ কন্দলী বামবাম গুৰু আদি বামুণসকলক চিহ্ন-যাত্ৰা ভাবনাৰ পাছত শবণ লগাবলৈ শঙ্কৰদেৱে এৰাতিৰ ভিতৰতে উদ্ধৰ-সম্বাদ নামে যিনি পুথি লিখিছিল বুলি চৰিত-পুথিত আছে এয়ে সেই পুথি হত্ব পাৰে ভাবি ইয়াত বৰ্তমান তাব আলোচনা কৰা হল। পুথিখনত ১৭৭ টি পদ আছে, শ্ৰীকৃষ্ণাই বৈকুণ্ঠ-খয়ণ কৰিব খোজ্ঞাত উদ্ধৱৰ বিলাপ আৰু শ্ৰীৰ বুফনিত এই পদ পুথিৰ আৰম্ভণ হৈছে-- তুমি আমি পুৰো গৈলে মিলিত্ব অনৰ্থ। লুপ্ত হৈ জ্ঞান ইটা ভকতিৰ পদু॥ অধৰ্মে পীড়িৰ লোক যাইব অধোগতি। ভকত্ৰক ৰাখি তুমি থাকিও সম্প্ৰতি॥২৩। যি কাৰণেই হওক, ভণিতাত স্পষ্ট ভাবে নাম নাথাকিলেও, ভক্ত বামুণক শৰণ লগাৰৰ বাবে শঙ্কৰদেৱে লচা প্ৰথম কাব্য উদ্ধবসম্বাদ এইখনেই বুলি ভাষা আৰু ভাব সকলো মালৰ পৰা সম্প্ৰতি ধৰিব পাৰি। কীৰ্তন-ঘোষ কাব্য কোষ কাপ আদিতে মুকিওৱা আছিল নে নাহিল, নে এইদৰে আৱশ্যক্ত অনুসালেহে লিথি যোৱা হৈছিল? শঙ্কৰদেৱৰ তিৰোভাৰব পাছত আৰু মাধৰাদেৱশ প্ৰয়াণৰ আগতহে মে মাধবদেব আদেশমাতে নামৰণে ইয়াক গোটাইছিল, দৈত্মাৰিৰ পৰা, তাক স্পষ্টকৈ বুজিব পাবি ৰে বেহবত মাংনা মাসত চলি। বেহাশক লান- চৰণ গৈল চৈত্ৰ মাস আসি ভৈলি॥১৫৬৫। পাছে তো দিনে শ্ৰদ্ধা তৈম মনে শনিবল গান। ঠাই ঠাই ঘোষা- কবে। আপনি এখনি॥ কতো আছে হাঙ্গে একত্ৰে খল নন। অসম ৰাজ্য তত্বে বকালকাগত॥ ৫৬৬। মুৰি একথন কৰিলা ঘোষা-কীৰ্ত্তন। গৈল বামফ্ৰণ॥১৫৯৭। কীৰ্জা হয় দক্ষিণ কূলত , পুনু দেখিবাক