১৫ 1 নৰ-ন্ম যুগাত ফুলি উঠা অসমীয়া সাহিত্য হৰি হৰি কিনো মোৰ ভৈল বিড়ছন। অণে পাপী কিনো মই মললো শশশ॥ এহি বুলি দুঃখ বাজ অনেক কৰিলা সোশৰীৰতে পাছে শৰণক লৈলা॥ নৰনাৰায়ণে শঙ্কৰদেৱৰ শৱত শণণ লোৱা এই অভিনব ঘটনাৰ এটি সমান্তৰাল কাহিনী আছে; কাঞ্চীপূৰ্ণ নিজে হীন জাতিৰ বুলি বামুণ বামানুজক শৰণ নিদি বিমুখ কৰাত শেষত আন এজন হীন জাতিব কিন্তু বেদৰ সথাৰি-সূত্ৰ লেখক সথকোপৰ মৰিশালিত এই বুলি শৰণ লৈছিল— “বকুল-ধৰল মত বক্ষসম বেদবাত্মপ্ৰৱল সাম্য বদচ্ছেন পূজনীয়ম। বিপুল কুৰুক নাথম কবিসুন কবীশশবণমুপগতোহ চক্ৰহস্তে বক্তম্॥ শঙ্কৰী কাৰ— কীৰ্তন-ঘোষা, ভাগৱতভাঙনি ১৪ ৫৮ই শঙ্কৰদেৱৰ চিহ্যমাত্ৰা অৰ্গীয়া নাটৰ আৰু গীত-পদৰ ৰচনা আৰু অভিনয় , আৰু তাৰ লগে লগেই উদ্ধৱসম্বাদ কাব্যৰ ৰচনা আৰু শৰণা-দানব কথা উল্লেখ কৰি অহা হৈছে; চিহ্নযাত্ৰা বচনাৰ সম্পৰ্কে চৰিত-পুথিৰ যি বৰ্ণনা তাৰো আভাস দিয়া হৈছে আৰু বৰ্তমান তাৰ কোনো নিদৰ্শন নাই বুলিও কোৱা হৈছে। শঙ্কৰদেৱৰ তৃতীয় আৰু প্ৰধান কাব্যকোষ কীৰ্ত্তন-ঘোষাও সত্যুৰ কোনো আকাৰত ১৪৬৯ ত গোনতে বৰদোৱালৈ গৈ নাম-ঘৰ আৰু নাম- কীৰ্ত্তনৰ দিহা আৰু ১৪৭০ত তাতে মাগুৱাৰ দিহা কৰোতেই আৰম্ভ কৰা; ১৪৯১ত দেশ-প্ৰমণৰ পৰা ঘূৰি অহাত আৰু ত্ৰিটৰ জগদীশ মিশ্ৰই ঝগন্নাথ আদেশমতে ভাগৱত পাঠ কৰি শুনোৱাৰ আগতে শঙ্কৰদেৱে গীতা-ভাগৱতৰ গীত-পদ সম্পূৰ্ণভাৱে কৰিছে বুলি জগদীশ মিশ্ৰক স্পষ্ট আৰু দৃঢ়ভাৱে কোৱা হয় (২১৭৫-৭৯ পদ)। ৰামচৰণে বৰ্ণোৱা এই কথাই স্বাভাবিক; কিয়নো চিত্ৰা আৰণ উদ্ধৱ-সম্বাদ কাব্যৰ কল্পনা কৰিব নোৱৰা কৃতকাৰ্য্যতাৰ পাছত তাতালিকে আন ৰচনা হাতত নলৈ তাৰ ২২ বছৰৰ মূৰত, ত্ৰিহুটৰ গদীশ মিশ্ৰৰ পৰা ভাগৱত শুনিহে শঙ্কৰদেৱে কীৰ্ত্তনৰ গীত-পদ কৰিছিল বুলি দৈতাৰিৰ পদৰ পৰা যদিও বলেৰে পোনাৰ পাৰি সেই অৰ্থ সমীচীন নহয়। শঙ্কৰদেৱৰ আগত ব্ৰিটিৰ পৰা আহি কাগদীশ মিত্ৰৰ গীতা-পাঠ ষ্ট্ৰে নিজে ধনী হবলৈহে, শঙ্কৰদেৱক যে ধনা কৰিবলৈ নহয় , ঘটনাৰ স্বৰূপৰ পৰাই স্পষ্ট বুজিব পাৰি। গতিকে ১৪৬১ কে আমি শঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষা ৰচনাৰ আৰম্ভৰ কাল বুলি ধৰি; কিন্তু ই
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩৭
অৱয়ব