পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত মুলি উঠা অসমীয়া সাহিত্য শঙ্কৰদেৱে ক'ত কেনেকৈ বৈ আহিছিল বামচবণে (২৪৪১ পদৰ পৰা) বিতংকৈ কৈছে। “খাগৰিকটা এই কলিয়াবৰ পাইলা। ২৪৪১।” তাৰ পাছত উক্ত সিঙ্গণী দক্ষিণে বৰদোৱা। সেহি থানে আছিলন্ত জানা বাবা॥ ভক্তি প্ৰকাশিতে কামৰূপে আছে মন। সেহি হেতু নুঠিল দোৱ থান॥ কপলা নামে বিল জগতে প্ৰখ্যাত। ছয় মাস শঙ্কৰৰয় বঞ্চিলন্ত তাত॥ মাধৱদেৱৰ মাতৃ পলোকে গৈলা। কপলা বিলৰ তীৰে চিত্ৰক সাজিল॥ “গয়াজান এই বৰপেটা বিল পাইলা।” “আছে চুণ পৰা বৃক্ষ উসূত ড্ৰাগৰ॥" হাবি কাটি মুকলি কবিল সিটো ঠাই। বাবাৰীৰ পৰা মাধৰেও তৈক যাই॥ ধূঞাহাটত মাধৱদেৱৰ লগত মিলন হোৱাৰ দৰে, এই চুণপৰাতো এজন বিশিষ্ট শিষ্য নাবাশ আতাক (ভবাদ সাউন) শঙ্কৰদেৱে লাভ কৰে। মাধৱদেৱৰ লগত ঘটা মিলন কাহিনীৰ দৰেই নাৰায়ণৰ লগত হোৱা মিলনো অতি বহস্যপূৰ্ণ ৰূপে ৰামচশে (২৪৯৩-২৪৩১ পদ) বইছে। ধুহাটা গ্ৰামে পূৰ্বে আছিলা শঙ্কন। গীতত বসি এক ব্ৰাহ্মণ ভাস্কৰ॥ শবণ কৃত গীত গাইলা নানা মত। পৰম কৈৰা ভৈল বিধৰ মনত॥ আহন্ত শঙ্কৰ কৃষ্ণ অংশ অৱতাৰ। পণবঙ্গে ভাগৱত কৰিলা প্ৰচাৰ। কৃষাণ যুকতি পছু কবিয় বেকত। নামৰ কীৰ্তা কৰি তবয় জগত॥ বাবাণীৰ সমীপক পাইলন্ত যাই। তিনিখন নাও আছে গনী ভঠিয়াই॥ শঙ্কৰদেৱৰ গীতে পম হবিয়ে। ভণিতাৰ সনে গায় নাৱৰ মানুষে॥ শৰদেৱৰ শিতাক শুনিলন্ত। নাও বাখি নাৰায়ণে বাৰ্তা পুছিল॥ তৰ পৰা বুবি পাৰি অন্ততঃ এহটত থকা কালব পৰাই শঙ্কৰদেৱৰ গীত-পদ বিয়পি পৰি ভক্তসকলক ঢাবিও কালৰ পৰা টানি আনিছিল। আগতে উল্লেখ বা গীতাম্বৰ কবি প্ৰসঙ্গত এই মুহূৰ্ততে উত্থাপিত (২৫২১-২৪)- নবায়ণে বসিলন্ত পুছিলা শঙ্কৰ। ইটো বাজ্যে ঔত্তম আহয় কোন নৰ॥ নাৰায়ণে কহিলন্ত চৰণত সেৰি। আছে একজন পীতাম্বৰ নাম কৰি। শঙ্কৰে বোলন্ত কেনে কবিতা বয়। গোৰা নাৰায়ণ শুনো গীতৰ অন্বয়॥ শুনি নাৰায়ণে পাছে সুমৰি মনত। কবিকৃত গীত গান্ত শঙ্কৰ আগত॥ বিলাপ কৰিয়া কান্দে দেৱী কমিনী। কোন অঙ্গ খুন দেখি নাইলা পদ্মপাণি॥ আৰ গাইবে নেদিলা শবে মহামতি। জানিলেহা নাৰায়ণ সিটো অল্পমতি। গীততে জানিলে কামবশ্য সিটো জন। আন কোন আছে কহিয়োক নাৰায়ণ॥