পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখিছে। এই কাহিনীৰ পৰা ডাল-জোৰা দি দৈত্যাবিয়ে তেতিয়াৰ পৰাহে শঙ্কৰদেৱে কীৰ্ত্তন, চপয়, ভটিমা আদি ৰচে বুলি কল্পনা কৰে (৯৩-৯৭ পদ)। এনে কথা যে প্ৰমাদজনিত তাক তেওঁৰ পিত্ৰাক বামাচৰণব পদেই প্ৰমাণ কৰে। জগদীশ আহিছিল নবীনৰূপে প্ৰবীণৰ বা শিষকাপে গুৰুৰ কাষত নিয়ে ভাগৱত- পাণ্ডিত্যৰ পাৰ-পত্ৰ পাবলৈ; তলৰ বিবৰণৰ পৰা সি স্পষ্ট হয় (২১৭৫-৮২ পদ)- “শৰ বদতি না বিপ্ৰ নুহাশয়। জগন্নাথ দয়া নোত সম্পূৰ্ণ আছ॥৷ কালি আৰম্ভিবা মহাগ্ৰন্থ ভাগৱত। গীত-পদ কবি মই আহেঁহো পূৰ্ব্বত॥ তাত কৰি অৰ্থ কি বিলক্ষণ হয়। শুনিক মোৰ মহা আনদ আহ॥ এত হান্তে ভক্তসৱ আসিয়া মিলিলা। দেৱগৃহে পশি মহা নাটি আবস্তিলা॥ যিসৱ অংক কহে গীত- ভাগবতে। সৱ অৰ্থ ব্যক্ত দ্বাৰা আছয় গীততে। হতে ল ধৰি গীত গানে গাৱয়। শহুৰৰ গীত শুনি হইলা বিস্ময়॥ অনন্তৰ নাম ধৰিলন্ত ভক্তগণ। অমৃত বৰিয়ে যেন ব্ৰাহ্মণৰ মনে॥ কীৰ্তন কায় পালী ঘোষক গাৱা। ওকা পস বোলে যেন অমৃত সিঞ্চয়॥ কীৰ্ডনক সমাপিয়া গুহে চলি গৈলা। ৰঙ্গমনে বিপ্নে শয্যাত তিলা॥ শঙ্কৰে হৰিষে পাছে শয্যাত তিলা। বনী প্ৰভাত জানি শয্যাৰ উঠিলা॥ স্নান কৰি বসিলন্ত দেৱৰ মন্দিৰে। ভাগৱত পাঠ আৰম্ভিলা বিপ্ৰবে॥ প্ৰথম স্বগৰ পৰা পৰা স্বাদশ পৰ্যন্ত। পঢ়িলন্ত বিদ্ৰে ব্যাখ্যা কৰি ভাগৱত॥ পৰম হবি মনে পড়ে বিগ্ৰবল। দোযণ সিদ্ধান্ত দেন্ত আপুনি শৰ॥ মহাস্থ ভাগৱত তত্ত্বক বিচাৰি। শঙ্কৰে কৰিছে পদ মহা যত্ন কবি॥ ১৮ ত চুকাফাৰ নেতৃত্বত আহোম শবণ পূব ফালৰ পৰা আৰম্ভ হোৱাৰ লগে লগে চুটিয়া, কছাৰী, বাৰভূঞা, কোচ আদিৰ যি গৃহযুদ্ধ আৰম্ভ হয়, তাৰ উল্লেখ আগতে কৰি অহা হৈছে। বৈষঃৱ যুগত সেই গৃহযুদ্ধবোৰৰ মত লাফ ল সম্পৰ্কে ঘাইকৈ চৰিত-পুথিৰ পাহৰত ওলোৱা প্ৰাসঙ্গিক ঘটনাথিনিও উল্লেখ কৰি থোৱা নিতান্ত আবশ্যক। ৰামচৰণৰ মতে ১৪৫০ খৃঃ আহিত অৰ্থাৎ শঙ্কৰদেৰ তেৰ মহীয়া হওঁতেই ভূঞা ৰাজ্যত আলিপুখুৰীয়ে সৈতে কছাৰীৰ মাৰণ আৰম্ভ হয় (১০২৪-৩৩ পদ)। ৰামায়ো এই বিৰাট বা কছাৰীৰ মাৰণ বৰ্ণাইছে (১৪৭-৫২ পদ), কিন্তু তাত শঙ্কৰদেৱৰ ডেকা বয়সত বল-শীৰ্য আৰু ভাগৱত আৰু গীতা পুথি পোৱা কথা উল্লেখ কৰিছে (১৪৭-