পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য এইদৰে নাম-কীৰ্ত্তনত ৰত হৈ শাস্ত্ৰ-বছনাত মন, দিবৰ বাবে শঙ্কৰদেৱে বিষয়-সম্পত্তি জয়ন্ত-মাধৱক ভগাই দিবৰ দিহা নাত তেওঁলোকে বুদ্ধি কৰি ১৪৭১ ত হৰিখাৰ জীয়েক সূৰ্যৱৰ্তীৰ সৈতে শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে (১৮৫৩-৮০ পদ)। ৰামানন্দৰ মতে কিন্তু যেতিয়া “শঙ্কৰৰ ভৈলা পঞ্চবিংশতি “শঙ্কৰদেৱক ভূঞা পাতিবাক মানে। পৰম পণ্ডিত এন্তে জমা ধমক। শুনিয়া শঙ্কৰদেৱে বুলিলন্ত বাক। ইসৱ কাৰ্যত দোষ নাহি প্ৰয়োজন। বিষয়ত ইচ্ছা নাই শঙ্কৰ দেৱৰ। ৰঙ্গমনে এক স্থান ভৈলা সৰ্বজনে॥” মহা সন্ত শিষ্ট নকৰিব অনায়ক। তোমাৰে খোলা মোক ৰাজ্য চুচিচুবাক। তোমাসাৰ বা ৰাখি কবিবেচন॥ তথাপি চৰ্মিলা ৰাজ্য আগ্ৰহে লোকব॥ অনিচ্ছাসত্ত্বেও শিবোমণি ভূএ বাব লৈ শঙ্কৰদেৱে যে সেই বিষয় অতি টিপযুক্তম্ভাৱে আৰু বিশেষ প্ৰতিপত্তিৰে চলাইছিল, বৰদোৱাৰ টেঙ্গুৱানী জান বা প্ৰসঙ্গত ৰামচৰণে দিয়া বৰ্ণনাৰ পৰাই বুজিব পাৰি (১৬৭১-৭০ পদ)। “এহিমতে সব লোকে কাষ্ঠক কাটয়। সেহি বিলাত যত বিপ্ৰ অছিলায়॥ কপিলীব হন্তে চমধবা সীমা কৰি। এসকলৰ দূতগণে নেই ধবি॥ শিক্ষৰীৰ হন্তে উত্তৰৰ সীমা কৰি। Fঞাসৱে লোক যত আসিলা দুস্কাৰ॥ হাজাৰ দশেক লোক তৈত এক ঠাই॥ আনিলা ব্ৰাহ্মণগণ দূতক পঠাই॥ শানে বেলন্ত আৰ চাই নালাগে। মাটি বাটি চাঙ্গি ভৰি বুন্দা দেউক আগে॥" ১৪৭২ খৃত পুহৰ আঠ দিনত শঙ্কৰদেৱৰ ভাৰ্য্যা সূৰ্যৱতীয়ে কনা মনুৰ জন্ম দি, ১৪৭৩ খৃৰ আহিনৰ দুদিনত বুধবাৰে দুই দণ্ড বেলা ভাটি দিয়াত মৃত্যু মুখত পৰে (১৭৪০-৬২ পদ)। কেচুৱাতে পিতৃ-মাতৃৰ, আৰু বিমাৰ দেড়-দুই বছৰৰ ভিতৰতে পত্নীৰ হানি, এই সংলো ঘটনাই বুদ্ধদেৱৰ বাবে হোৱাৰ দৰে “পুনিমিত্ত হৈ শঙ্কৰদেৱৰ বিষয়ত বিৰক্তি বঢ়ালে (১৮১৮-৩৭ পদ) 'শবে বেলন্ত বিলম্ব কাৰ্যা নাই। তিনি পিতামহ তাকো আনিলা মতাই॥ ক্ষেত্ৰক যাবাক মোৰ দুয়া আছে মন। মনুৰ বধ লাগি কবিয়ো যতন॥ বাম কায়হৰ অহয় মন। তাজ বিহা দেওঁ কন্যা সাত বংসৰৰ॥ শঙ্কৰে বোল কালি বৃহস্পতিবাৰ। আশ মাসতে বিহা দিৱে নিষ্টে তাব।” ভূষণ (১২৩-২৭ পদ) আৰু ৰামানন্দময়া (২০০-০৯ পদ) এইখিনি কথা প্ৰায় একে দৰেই লিখিছে, কিন্তু এওঁলোকৰ মতে মনুৰ বিয়াৰ পাছতহে মাক