১১ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ভৈলন্ত প্ৰসিদ্ধ ভূ বহু লোকপাল। লগতে উঠয় যাব আশীন ঢাল॥ ধনুৰ্ধৰ পাইক সৱে আটে বহুতৰ। গৌড়েশ্বৰ গাশক নমায় চণ্ডব।" ৰামৰণৰ মতেও দুৰ্লভ নাৰায়ণৰ আদেশমতে “পম স্নেহৰ মোৰ এন্তে চণ্ডীবৰ। আসিবে আমাৰ পাশে বৎসৰ অন্তৰ॥৮৯।" আৰু এই আদেশ পালন নকৰাত দীপ নান কটোৱালে ৰজাক নিৰ্দেশ দিয়ে- “চণ্ডীৰৰ নামে সিতো পৰম প্ৰচণ্ড। তাক আনি তুমি এৱে কৰিয়েক দণ্ড। ১১২।” দৰং- ৰাজবংশাৱলীৰ পৰাও ভূঞা-দমনৰ চেষ্টাৰ গম পাব পাৰি (৮৯-৯৭ আৰু ১১৮-২২ পদ), ত্যা শঙ্কৰদেৱৰ পিতৃৰ সম্পৰ্কেও লিখিছে -“ফুসুন ভূঞাক পাছে খেদিয়া গৈলেক। আপুনি বিষয় কুসুমেও এৰিলেক। ২।" এই ভূঞাসকলৰে শিৰোমণিৰ ঘৰত শ্ৰীশঙ্কৰদেৱৰ জন্ম হয়; গতিকে ধৰ্মনীতি বা আধ্যাত্মিক সম্পৰ্কতকৈ বৈষয়িক সম্পৰ্কই এই পৰিয়ালৰ ঘাই কথা আছিল। বুলি বুজিব পাৰি; তথাপি মানসিক সম্পৰ্কতে এওঁলোক আগবনুৱা আছি। নিশ্চয়। “ভাদ্ৰ মাহত শুক্লা দ্বিতীয়া তিথি ভৈলা। সেহিদিনা গুৰু নৰ-নাটিক এবিলা॥ বৰিযেক মন্দ আয় ভৈল ছয় কুনি। তেৰে চলি গৈলা গুক নব-দেহ এৰি॥" ভূষণত মৃত্যু-শাকো সঠিক নাই, ৰামানন্দৰ ছপা চৰিতত ৰামচণৰ সেই পদকে অলপ ইফাল-সিকালকৈ দিয়া আছে, কিন্তু দৈত্যাৰিয়ে সঠিক কৈছে -- শুকত নিশ্চয়, শঙ্কৰ বৈকুণ্ঠে গৈলা। হাত পা অন মাধৱ দেৱ আছিলা॥ পঞ্চদশ শত, বৈকুণ্ঠে গৈলা মাধৱ।" উল্লিখিত পৰবৰ্তী চৰিত কাৰ অনিৰুদ্ধয়ো মৃত্যু-কাল সঠিকৰে দিছে- “যেতিক্ষণে গুৰুদেৱ বৈকুণ্ঠক গৈলা। ভাদ্ৰ মাস শুকুলা দ্বিতীয়া তিথি ভৈলা॥ বংসৰণ কথা কহে শুনিয়োক তাক। বিন্দু বন্ধু বেদ চদ্ৰ বুজিয়োক শক॥ আঠাইশ বংৰ, তাঠাৰ শক, সাৰ্বভৌম ভট্ৰাচাৰ্যয়ে তেওঁৰ শৰ-চৰিতত লিখিছে “এক বাম ছয় বিশে বৰিষ ভৈলন্ত। ২০।" গতিকে সকলো মতেই ১৪৯০ শকত তিৰোভাল, আৰু ১১৯ বছৰ আয়ুস ধৰিলে, ১৩৭১ শৰ আহিত শঙ্কৰদেৱৰ আবিৰ্ভাব সুনিশ্চিত। ইমান দিন জীয়াই থকা সম্ভৱপৰ নহয় বুলি গেইটে শঙ্কৰদেৱৰ জন্ম কাল পিছুৱাৰ খোজা আৰু তেওঁৰ পিছ ধৰি লাপি-সুপাকৈ“এক বয্যি মদ আয়ু”ৰ ঠাইত “ডেৰ ববিষ”, কোনোৱে আকৌ “তেৰ বৰিষ” কৰি কোনোবা অনিৰুন্ধব আধুনিক
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১৮
অৱয়ব