পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য এই বাজধৰৰ পিক চণ্ডীৰ আৰু তেঁওৰ পিত্ৰাক লণ্ডাদেৱৰাম,৫০৫৫)- “লণ্ডাদেৰ নামে সিটো পুৰুষ অদ্ভুত। অস্ত্ৰশস্ত্ৰ শাস্তুত যে বই পাৰ্গত॥ পৰম গণ্ডীৰ ধীৰ বুদ্ধিত সাগৰ। পৃথিবীত নাহি লাদেৰ সমসব॥ বঙ্গাল মৰিবে (গীৰেৰে পাঞ্চি দিল। সম ৰাজ্ঞ্যক জিনি একত্ৰ কৰিল॥ সৈনাৰ শোণিতে এক নদী বহি যাই। চৰু ভৰি শেণিতক লৈলা সেহি ঠাই॥ সেহি তেজে লণ্ডাদেৱ পূজিলন্ত চণ্ডী। বিয়ে বব মাত্ৰ বন্ধ্যা নাম যাএ খতি॥ তৃষ্ট হুয়া চণ্ডী মায় মোক দিয়ে বৰ॥ এক টি পুত্ৰ হৌক তযু সমসৰ॥ সিদ্ধি হোক বুলি সতী গৈলা দিয়া বৰ। ভৈল পুত্ৰ তান তেৰে নাম চণ্ডীবৰ॥ সৰ্বগুণান্বিত মহা বীৰ্যন্ত মতি॥ পেীছেৰে দয়া কাছে কলা সম্প্ৰতি॥ কনেীপুৰত বাসা জানা সম্বৰ। দেৱীপূজা কৰ্ম্ম তেন্তে বন্ত বিস্তাৰ॥ ভক্তি কৰি দেৱীক কবিলা দাসী প্ৰায়। দেৱীদাস নাম ছৈলা এহি কাৰ্যে যাই॥” গেীড়েশ্বৰ দুৰ্লনাৰায়ণ আৰু কমতেশ্বৰ ধৰ্মপালৰ মাজত হোৱা এমন যুদ্ধ সন্ধিৰ সকপে ধৰ্মপালে দুৰ্লনাৰায়ণৰ বাৰে পৰা যি সাত ঘৰ বামুণ অফ সাতঘৰ কায়াস্থ নিজ ৰাজ্যলৈ আনে, সেইসকলৰ নায়কৰূপে চণ্ডীৱ আহি পোনতে লেঙ্গামাগুৰীয়া নামে ঠাইত বসতি কৰে। এওঁলোক ভুঞা আছিল আৰু এই ভূখসকলে বিশ্বসিংহব বাজত্বৰ আগলৈকে পুৰণি অসমত বিশেষ প্ৰতিপত্তি যে চলাইছিল, আগতে উদ্ধৃত কৰা বামচৰণ ঠাকুৰৰ অন্যান্য পদৰ পৰাই বুজিব পাৰি (২৫২৫-৩০)- “পূৰ্বে বাৰভূএ চণ্ডীৰৰ আদি কবি। অক্ৰমে গ্নে কামৰূপ বসুন্ধৰী॥ সবে মধত অত্ৰি ভুএ চণ্ডীব। হমে মহেশ্বৰ হেন পাইল ধনুষ্ঠণ॥ ধৰ্মপাল বাজা আছিলেক কামেশ্বৰ। তাহান্তে খায় যত ভূঞা নিব। কামাহা দেৱীয়ে যেৰে তাক্ত শাপ দিলা। আপুনাৰ ৰাজ্য এৰি বিদেশক গৈলা॥ দেখিলে তোক যেৱে ভৈালেক অবাজ। গাঁৱে গাঁৱে ভৈল তেৱে সৱে ভূঞাবাজ॥ দুৰ্লভনাৰায়ণ তাৰ বেলেগীয়া ভাই। সিয়ো কতো দিনে ৰা লৈ এক ঠাই॥ বেহাৰৰ পৰা তিনি পহৰ বাট। গবিয়া নগৰ ৰাজা দুৰ্লভ পাট॥ যেৱে বিসিংহ কামকলে ভৈল ৰজা। আপুনি বসিৰ আসি সংখ্যাত প্ৰজ্ঞা॥ ঢৰ বাৰু ভাঙ্গা খাণ্ডা সাজি তাব। বৰলেক ভুঞা যুদ্ধ কৰি পৰিহাৰ॥" ভুষণ দ্বিভাৰ গুৰু-চৰিততো ভূঞাসকলৰ প্ৰতিপত্তিৰ কথা আছে- “চঞ্জীবৰ নাম তান্তে লণ্ডনেৰ সুত। লগতে আছি বব পণ্ডিত অদ্ভূত॥