পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২) ! নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ব্যৰ্থ মোৰ জন্ম ভৈল বাজাৰ কুমাৰী। হেন বনে একলে ৰো মই নাৰী॥ উষাৰ বিবাহ কথা পুণময় অতি শুনিলে বাঞ্ছিত সিদ্ধি বাড়ায় বিভূতি॥ বাচে পুত্ৰ-পৰিয়াল নাশ কৰে দুঃখ। শৰীৰ ছাড়িয়া গিয়া ভুঞ্জে স্বৰ্গসুখ॥” এই বৰ্ণনাতে ইন্দ্ৰিয়ালুতাৰ কথা এৰিও পুণ্যৰ ফল স্বৰূপে বৈষয়িক সুখ আৰু স্বৰ্গ-লাভৰ প্ৰলোভন অৱশ্যে অন-বৈষ্ণৱ ভাবাবেশ। “উয়া-পৰিণ'ৰ ভণিতাৰ পৰা তাৰ ৰচনাকাল আৰু কবিৰ আত্মা-পৰিচয় পোৱা হয় ঃ- “পীতাম্বব নামে কবি শিশুমতি অতি। উষা-পৰিণয়-লাস কথা বসতি॥ বা মুত বাণ লে শশাঙ্ক সময়। বৈশাখৰ সিহ শুভ পক্ষত সময়। সৰ্বসিদ্ধি যোগ আৰু শুই গুৰুৰ। কহে পীতাম্বৰে উষা-বিবাহ প্যা॥" অৰ্থাৎ ১৪ ৫৫ শকৰ (১৫৩৩ খৃঃ) বহাগত এই কাব্য ৰচনা কৰা হয়। ভাগৱত দশম স্কন্ধ আৰু মহাম্ভণিতৰ এনে আখ্যানৰ উপৰিও মাৰ্ক পুৰাণৰ চহী আখান আদি পীতাম্বৰে ৰচিছিল বুলি জানিবলৈ পোৱা হয়। এইসকলৰ উপৰিও এই মুগৰ আন কেইবাজনো অন-বৈষ্ণৱ কবিষ নাম পোৱা হয়। "শিয়াল গোশাই" নামে এখন পুথি কবি মিশ্ৰই আঃ ১৮১৬ ত লিখা বুলি ধৰা হয়। তাৰ কাহিনী, ধৰ্মদেৰ ভূঞা নামে এক্সন বামুণ তীৰ্থলে যাওঁতে চন্দ্ৰতৰা নামৰ ঘৈণীয়েকৰ এটি লৰ ওপজাত সতিনীয়েক কুন্দতৰাই বুদ্ধি কৰি লবণটি হাবিত পেলাই দিয়ালে বামুণ মুৰি আহি শিয়ালৰ গাতৰ পৰা লৰাটি উদ্ধাৰ কৰিলে, আৰু তেৱেই কালত শিয়াল গোসাঁই নাম পালে। ঘটনাটি কাল্পনিক, আৰু ৰচয়িতা এনে গাঁৱলীয়া কৰি-

  • "সুহা বিপ্লকুলে জন্ম এই অধম। দৰ মধ্যে গ্ৰাম ছাত্ৰ হল।

নামে কবিৰাজ কৰি সুহৰ সদায়। চাউল মাগি ফুৰো এহি কবিতা বই॥" ১৫৯৩ ত বামপতি নামে এনেও চাণক্যৰ পদ-ভাঙনি কবে, তত ১৩৫ মান পদ আছে, তাৰ উদাহ্মণ- “অতি দান হাতি দৰ্প নুহিকন্তু ভাল। অতি ৰূপৱতী কন্যা নুহিবন্ত ভাল। অতি দানে বলি বা পাইলেক বন্ধন। অতি দৰ্পে নষ্ট ভৈলা লাৰ বাৱণ॥ অতি ৰূপে সীতাৰ দুখৰ নাহি পাৰ॥ তিনিও নুহিকে ভাল মা সাবাসা॥" ৪। নৱ-জন্মৰ বৈষ্ণব সাহিত্য -শ্ৰীশঙ্কৰ সূৰ্য্যৰ উদয় বানীতি আৰু বনীতিত বিভিন্ন শক্তিৰ যুগৰ চলি অহাৰ কথা আগতে উল্লেখ ৰা হৈছে সমাজনীতি ক্ষেত্ৰতো সেইদৰে এই যুগত প্ৰকৃততে