পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
অসম দেশৰ ডাঙ্গৰিয়া গন প্ৰভৃতি বিসয়াৰ নিবন্ধ

চমুআ ফুকন, এবং তিনি বৰ ভঙাৰ বৰুআ, এই সকলৰ ঘৈনি বোৰেও লই। কিন্তু দুই একখান বনৰ তাৰতম্য কৰি চুলাও জৰু লই, আত বাজে চমুআ জালভাৰি ফুকন আদি ৫ জন, ও মেল ডগিআৰো ফুকন কেই জন, এই সকলৰ ঘৈনি বোৰেও সমই মতে তাৰতম্য ৰুপে ঐ চুলাও লই, জৰু লই। ইতৰ সকলৰ ঘৈনি বোৰে ঐ চলাতে ডাল পাত হিনকৈ চপা একো পাহ লই। তদিতৰ সকলে কপলে চপা লগোআ লোআও আচে। লব নোপোআও গচে। ইতি বুৰঞ্জি সাৰে সপ্তম খণ্ডং।


⸻⸻