পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম দেশৰ ডাঙ্গবিয়া গন প্ৰভৃতি হিসোব নিবন্ধ। | ৭৩ বহে, ইয়াৰ দক্ষিণ কামৰ কোঠাত কটকিহঁত বহে। ইয়াৰ দক্ষিণ কামৰ কোঠাত কাকতিহঁত বহে। আৰু দক্ষিণ টুপৰ উজনি ফালে খাওহঁত বহে। ভাটিৰ ফালে তিনজন ডাঙ্গৰিয়াব হাতি মুৰিয়াহত বহে। ইতি | সততে সৰ্গদেও থকাত নগৰব বৰ চৰাটো বৰবৰুআ আদি চবাৰ ফুকন জনেক দুজন নবহি, উদঙ্গে থব নেপাই। জদি সৰ্গদেও অন্য নগৰ বা বাহৰলৈ জাই তেতিয়া নগৰ জদিবা উদঙ্গেই তেও চৰা উদঙ্গে নেথাকে; নিয়াইসোধা ফুকনেই সততে সেই চৰাত বহে। আৰু সেই ন ৰলৈ বজাদেও নাহে মানে সেই ফুকনেই বৰ বৰুকাৰ এক্তিয়াৰি কৰম খনি চলাই। এই হেতুকে নিতে বৰ চৰাত বহাৰ ক্ৰম লেখা জাই। বৰপাত্ৰ ডাঙ্গৰিষা ৰহটো খুটাতে সদাই বৰ বৰুঅ বহে; কিন্তু ৰোজ ৰোজ দুপৰ মাৰিলেই বৰ বৰুআ চৰাত বহে। দুপৰ চাবি দণ্ড মাৰিলেই পানি ঢোকালৈ গৈ জিবাই, তিনি পৰ মাৰিলেই আকও চৰাত বহে হি; গধুলি চাৰি দও মাৰিলেই উঠি জাই; মেলব নেওগ বৰা ইত্যাদি বৰ বৰুগ বহাৰ পোনেই খলাত দুসাৰি হৈ গলৈ বহি কথা জোগাই। আৰু বৰ বৰুকা নিতে পবত পানি ঢোকাতে থাকি, বাতিপুৱা চাৰি ড বিয়াত বাজ ঘৰলৈ গৈ খাইবৈ দুপৰত নগৰ সোমাইহি। চৰাৰ ফুকন সকলে হলে থকুৰা দিয়া ঢৰাবে চাৰিও ফালে ঢাকি চৰীতে পব দি এ, বাজখোআৰে। এই ক্ৰম। আৰু নগৰৰ ভিতৰব পালি ঘৰত সোকা চাঙ্গ বা পিবা কোনেও লব নেপাই, মাটিৰ ভেটি কবি লই; কোনোৱে তাতে কাঠৰ চলিয়া পাটকে লই; এবং আঠা লব নেপাই খৰম পইজাৰ ইয়াকে। লব নেপাই, বুলনি ঢৰাহে লই; চবিয়া পিক পেলোৱা ইয়াকে। ধাতুব লবনেপাই। কাঠৰেহে লব পাই। বে- কঁহি মাইহাম ইয়াত বেৱহাৰ কৰিব নেপাই, কাব বান বা কঁহি ইয়াত বেৱহাৰ কৰে। এবং ডবিক। দুৰৰ বাজ খনৰ বুজ বিচাৰৰ কৰ্ত্তা বৰ বৰুআ, এই কাৰণ বৰ ৰআব নিত পব; ঐ দুআৰৰ ভিতব খনিৰ বুজ বিচাৰৰ কৰ্ত্তা, ঢেকিয়াল বৰু, এওৰে নিত পৰ আৰু চৰাতে বৰ বৰুআ যিটে। খুটাতে বহে, সেইটো খুটাৰ দক্ষিন ফালে নাওবৈটা ফুকন বহে। ইয়াৰ দক্ষিনটো খুটাতে উত্তৰ ফালে ডেকা ফুকন, দখিন ফালে দিহিঙ্গিয়া ফুকন বহে; পচিম। ফালে ঐ বৰবৰুকা বহাখুটাটোৰ পচিমটো খুটাতে ন ফুকন বহে; এইটো খুটাৰ উতৰৰটো খুটাতে ভিতকআল ফুকন বহে; ন ফুকন বহাটোৰ দক্ষিনটো খুটাতে নেওগ ফুকন বহে; কিন্তু বৰ খুটাতকৈ ভিতৰ ফাললৈ আগবাহি