পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অসমীয়া সাহিত্যৰ চানেকি ৷

সম দম দায়া ভেদ ন্যায় নীতি যত।
জ্যোতিৰ্ব্বেদ তৰ্কশাস্ত্ৰ শিকে নানামত॥
একমনে পঢ়ে দুয়ো ত্যজি আন কাম।
ভণে সুৰ্য্যখড়ি ডাকি বোলা ৰাম ৰাম॥২৬৮॥

____