কল ভঞ্জন। ২৭৭ সেই কথা মনে কৰা, তাৰ উপকাৰ কৰা, | ৰাধা কৃষ্ণ বুলা জি বা ভাই। এই বুলি নাৰদ ঋষি, বৃন্দাবন পালাক আসি, | হৰি গুণ গীত গাই গাই।। নাৰদ মুনি হই যাৱে, কান্দা কাটী দেখা পাৰে তিৰি ছলি কাব নাই হাসি। ফুৰি ফুৰি গিৰি গিৰি, | ••দপূৰে গিৰি গিৰি, শুনিবা পাই দাউৰি আহিল ঋসি।। কান্দে নন্দ উপানন্দ, যশোদৰ নাই আনন্দ, কান্দি কান্দি আসন দিলাক আনি। • নাৰদ বুলে নাকান্দি নন্দ, অচে• মৃই গোবিন্দ, | গটাই চেইন গাছে ৮ ক্ৰপাণি।। ইহা ভাৰচ্যা নাই সৰি, হাবে নাই সৰি, এও পাবে না। মাহে সৰি। যেতিযা সূৰ্য্য উঠিবো সাৰি, তেতিয়া জাউ গি৫ে। সাৰি সাৰি, তৃপ্ৰি কৰিব বলি গেলি সাৰি। ভাবিচ্য। কৰিব লাগিব কাম, এওঁ -সকলোৰে। খাব কাম, যমৰো খাৰ দহ সপিণ্ডীৰ সাদা। মৰিবা মুই সচায কৈছু, ভাগবত খান ছুই বুলিছু, | কিযে সুধায বহি বহি কান্দাহ ” হেন সময় শ্ৰীহৰি, অঝা হল মাযা কৰি ঔষধ ললাক ঝলঙাত ভৰি, আৰু মন্ত্ৰ পুথি তাতে। গাউৰ সিমুৰোৰ পেৰে, হিব ধৰিলাক ধীৰে ধীৰে, নৰিয়া মানুহ বিশ্ৰি ফুৰে, দেখি ৰাধাৰ সখি মাতে।। বৃন্দা নামে ৰাধাৰ সখি, নতুন ঝাক বাটোত দেখি, খিজলে খিজলে অলপ হাসি, বুলে অঝ কোক যাওয়া। ময় কৰিছু অনুমান, আকো নাজানা দাৰু দৰ্পন, কেৱল ডাঙ্গাৰ ঝলাখান, সুধাই দিনে ৰাতি বওৱা।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯৭
অৱয়ব