পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ সম্পদ। ২৬৩ আমাৰো তেও যেই অধিকাৰী। যদিও আমি কেতিয়াবা ইযাৰ বিভৱৰ অধিকাৰী আছিলো। কিন্তু সেই অধিকাৰ পদৰ পৰা গুছিবব, পতিত হবৰ বহুদিন হল। অধিকাৰী পদত থাকিলে সি বিলাক গুণ গলঙ্গাৰ আমাৰ থাকিব লাগে সেই বিলাক আমি হবোৱাৰৰ বহু দিন হল। এতিয়াও আমাৰ যি এফেৰ।। অমূল্য বস্তু আছে আমি তাবে। মোল •জানো। তাক কেনেকৈ ব্যবহাৰ কৰিব লাগে তাক নাজানো। সেই দেখি সিযে৷ লাহে লাহে টুটি যাব ধৰিছে। সিযো আমাৰ পৰ। মনে মনে পৰৰ হাত।ৈ গাব ধৰিছে। যেতিয়া আমাৰ সি অলপ সম্পওি গাছে সি যা মনে মনে গে গামাক একেবাৰে ]ঙটা কবিব, আমি যিহৰ যোগ্য তাকে কৰিব, তেতিয়াও গামাৰ তত ঢাপে নেচাপে ঠিকনা নাই, তত নচাপিই পাৰে। কিন| গামি পতিত মুখে যাবলৈ ধৰিছো। তত ঢাপি উজান মুখে মুখ কৰা হয়। বলা হয়। উজান মুখে মুখ ফিবাৰৰ ইচ্ছা নাই। নাম মুখে •074 ব চ দেখিযেই বোধ নাই। যা গুনেই মোহ গৈ আৰু দ মুখে পতিত মুখে সাব ধৰিছে।। গামাৰ অ গান যোব। বস্তুৰ কথাকে নকও এতিয়া সি ৩৮ তবে কা] যে এট। বি কমিঃ! বস্তু আমি তা ভূনাপাওঁ। কালে কালহৈ যেতিযা আমাল কিলাই তেতিয়া আপ তত চাপে। আমি মৃৰ্গ। আমাৰ ভূত ভবিষ্যত জ্ঞান নাই। কনি। নিত্য বুলি জানি আমিও নিত্য বুলি ভাবে। আমি যে অনিত্য, কালৰ বাহে সে কেতিযা আমাৰৈ কি উবাই অনি, কালেই আমালৈ অকাল হৈ উঠে, নিজৰ দাল ত্তি ধৰি উঠে ঠিকনা নাই। এতেকে কাল থাকোতেই কাম কৰি এটাৰ গে। ভাৰতৰসৰ পবিত্ৰ স্থান নদ, নদী, হদৰ পবিত্ৰতাৰ মহিমা নুবুজে।। সেই বিকিক হেনস্তা কৰাত গামাৰ দুৰ্গতি মিলিছে। পবিত্ৰ হিন্দু শাসুক হেয় কৰিছে। পিন এৰি কাচ লৈছো। সেই দেখি দুখাযা হৈছো। আমাৰ দাপতি ব্ৰাহ্মণব, দেবতাৰ গাও| অৱহেলা কৰি পৰৰ হাতত ধৰা পৰি দাস হৈছে।।। | ঘৰৰ ভাত পৰে খাইছে। আমি খুজি খাইছো। পেটৰ ভোকত আতুব হৈ পৰিছো। যেযে যি কৰিবলৈ দিছে তাকে কৰি কাল হেৰুৱাইছে।। নিজৰ কাল এফেৰিও নোহোৱাত পৰিছে। নিজৰ উপাস্য দেৱতাৰ মাৰ চিন্তিৰ কাল নাইকিযাত পৰিছে। এইদৰে ৰঙ্গত কাল হেৰুৱাই এতিয়া কালৰ হাতত পৰিছেহি। এতিযা কালে ধৰি কিলই ৰ চাই কোনে? আমাৰ পূৰ্বৰ পুৰুষৰ পবিত্ৰ স্থান বিলাকক হেযজ্ঞান কৰাত সেই বিলাক আমালোকৰ পৰা যাব ধৰিছে, আমি অপবিত্ৰ হৈ পতিত হৈ ভূত প্ৰেত তুল্য হৈ ভূত প্ৰেত থকা ঠাইৰ নিবাসী