পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ মালা। ১৮৯ সজ লোকৰ কৰ্তব্য কৰ্ম্ম।। (1Duties of the gorol) সকলো জন্তুতকৈ মানুহবিলাক অধিক সঙ্গ প্ৰিয়, এতেকে তেওঁবিলাকে অকলশৰীয়া অৱস্থাক ভাল নেপায়, আৰু হানেকে গোট খাই সমাজ পাতি থাকে। সিবিলাকৰ অভাৱো অনেক, সেই বোৰ পূৰাবলৈ যত্ন কৰিব লাগে। কিন্তু একে জনব যত্নৰ দ্বাৰা সেই সকলোবিলাক পৃৰ নহয়, আৰু অন্যান্য নানা প্ৰকাৰৰ দুখ কষ্ট গুচোৱাও টান; এতেকে অনব সাহায্যৰ অৱশ্যক। এই কাৰণে সজ লোকে আপোনাৰ শক্তি অনুসৰি সঙ্গীবিলাকৰ সহাযতা কৰে। বলীৰ পৰা নিলীৰ ৰক্ষাৰ, গৰু পৰৰ ন্যায় আচৰণৰ পৰা দুখ পোৱা লোকৰ প্ৰতি ন্যায় বিচাৰুৰ নিমিত্তে যত্ন কবীও সজ লোকৰ কৰ্তব্য সম্ম। টানত পৰা মানুহক হিত পৰামৰ্শ দি বা অন্য কোনো প্ৰকাবে সহায়তা কৰি তব পবা উদ্ধাৰ হাৰু সমাজব অহিতকাৰী মানুহবিলাকে যেন বজাৰ পৰা উচিত দণ্ড পায় তালৈ চেষ্টা কৰিবব নিমিত্তে সজ লোকে সদায় সস্টম হৈ থাকে। তেওঁ পৰৰ ধন, ধান, গৰু, মহ, মাটি, বাবী বা অন্য কোনো বস্তুলৈ লোভ কবি বা আন কোনো প্ৰকাবে লোকৰ অহিত নকৰে, কিন্তু পাবে মানে হিতকেহে চিন্তে; আৰু কুচ্ছ ট কপটক দিনায়। সঙ্গীবিলাকৰ দুজন বা অধিক লোকৰ মাজত বিবাদ বা বিৰোধ হলে তেওঁবিলাকৰ পুনৰ মিল কৰিবলৈ যত্ন কৰাকে। তেনেলোকে আপোনাৰ কৰ্তব্য বুলি জানে; আৰু দুখীয়াকো পুতে, আক নৰিয়াৰ চিকিৎসাৰ উপায় কৰাত বা মৰা ঘৰয়াক প্ৰবোধদিয়াত কেতিয়াও পৰাংমুখ নহয়, তত বাজে হিত উপদেশ দি আৰু আপোনাৰ সজ অচৰণৰ আৰ্হি দেখাই সকলোকে সাধু কৰিবলৈ যত্ন কৰা আদি পৰোপকাৰৰ কামত তেও অতিশয় আনন্দ পায়। যি এইবিলাক কাৰ্য্যৰ বিৰুদ্ধ চিৰণ কবে, সি সজ লোক নহয়। 11 Ep AHA R? '৭০১

  • *531'

vi} * }