পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৭ কোৱা ভাতুৰী। কৰিবই নেজানে , বুজি চোৱা যদি, সিবিলাকে লোকক যিবোৰ কথাৰ বাবে নিন্দা কৰে, তেওঁবিলাকৰ তাতকৈও বঢ়া কথা আছে , কিন্তু তেনে ভাবে তেও বিলাকৰ মনত চমকে। নকৰে। পাৰিষদ বিলাকৰ এজনে মাত লগালে, বৰ টকাৰ ঘৰৰ বিদ্যাধৰ বোল। লৰাটো গুচিল , সি শুচি, অশুচি, ধুতি, বিধুতি, একে নিবিচাৰে গধুলি গাটো ধুবলৈও এৰিলে।' আন এজন মহাপুৰুষে প্ৰতিবনিৰ দৰে মাতি উঠিল, “আজি কালি ইলত পঢ়া লৰা কোনটোৰনো ধুতি-বিধুতিৰ জ্ঞান • আছে? সিহঁতে কয বোলে–মিছাকপ কোবা, ভেটীখোবা, বিভিচাৰ কৰা, এইবোৰহে পাপ, বিধতিয়ে খোৱাটোনো কি পপি -' সেই সভাতে এজন পণ্ডিতো আছিল, হেও ব বিদ্যাৰ এনেহে পৰাক্ৰম যে, তেওঁৰ ভযত ই সৰস্বতীযেও দেশ এৰিছে এই বিলাক কথা শুনি তেওঁ পওিতালি প্ৰকাশ নকৰি থাকিব নোৱাৰিলে, দুৰ্বাসা মুনিব নিচিনা খঙ্গেবে মাত লগালে, “ক টা ষ্টানতে শাস্ত্ৰৰ কথা কি জানে? শাস্ত্ৰত লিখা আছে, ৰজাৰ ঘৰলৈ, বেজৰ ঘৰলৈ, ডাঙ্গৰ লোকৰ ঘৰলৈ, ‘বিক্ত হস্তে ন গন্তব্য শুদ। হতে যাবই নেপায়। তাত ডাঙ্গ লোকে ভে টি খালে কি দোষ? কোনো সময৩ মিছা কৰবে। শাস্ত্ৰ বিধান আছে। বিভিচাৰ কামৰ যে কথা কয, ডাঙ্গৰ লোক হলেই অলপ ডি- কৌতুক কৰিবই লাগে। স্বৰ্গত ইন্দ্ৰাদি দেবতাসকলেও তেনে কাম কৰে, আৰু ই কি পপি • নিট। সন্ধ্যা যি উপসা কৰে, তাৰ গুৰিলৈ এনে পাপ চাপিব পাৰে নে অবমমণতে তেনে কোটি কোটি পাপ নষ্ট হয়। সিহঁত জধমূখ, সিহঁতে আমাৰ শাস্ত্ৰৰ কি বুজ পায? আমি এই বুঢ়া কেইটা, ঘাইকৈ এই ডাঙ্গৰিয সবল থাকে মানেহে আমাৰ দেশত ধৰম থাকিব, ই সকলৰ পাছতে এটাইবোৰ কন্টাযন ৰ। নহব কি? শাস্ত্ৰৰ কথা মিছা হব নে? ভবিষ্যপুৰাণত লিখিছে ইস্কলে নিলো ভবেৎ। যেতিযাই আমাৰ দেশত ইস্কুল হবলৈ ধৰিলে, তেতিয়াই জানিছো, এই দেশৰ মানুহৰ জাতি নেথাকে। কটা কৃষ্টানহতক মুখৰ কথাবে নোৱাৰি, ৰা-বাহ দি গচকা মাৰি ধৰি, তিনি কুবি মান চমটাৰ কোব মাৰিলেহে সিহতৰ জুতি লাগে। | এইৰূপে কথোপকথন হৈ থাকোতেই গোবদ্ধন দেউ-অধিকাৰ উপস্থিত হলগৈ। গোঁসাইক দেখি সকলোৰে আস্থব্যস্তকৈ বহিবলৈ কলে। আল- ধৰাই থঙ্গাপাৰি দিলে, গোসাইদেউ “মহাপুৰুষ গুৰু বুলি তাতে বহিল। মহন্ত আহিবৰ গম পাই ডাঙ্গাযাই গলপকৈ চকু দুটি মেলিলে, তাতে