পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

B1X}। | B!R B। পুৰ্ণানন্দ ডেকা বলা। --- --- ১৮৫৮ সন পৰহিতৈষিতা থাৎ পৰোপকাব “নোপাৰা পৰোধম্মঃ”। আসাম দেস হিতৈযিনি সভাব বচনাৰ সাৰ স” গ্ৰহ। জি দেসৰ মানুহৰ বুদ্ধি বৃতি অলপমান মাৰ্জিত হৈছে, আৰু জি দেসৰ মানুহৰ কিঞ্চিত ধৰ্মাধৰ্মৰ বোধ অটে, তেওঁবিলাকেই পৰোপকাব এটি প্ৰধান ধৰ্ম বুলি স্পিকাৰ কৰিচে। পৰম ইস্বৰে মানুহ মাত্ৰকে উপচিকিব। বৃতি দিচে, আৰু সকলোকে তদনুসাৰে কৰ্ম কৰিবৰে। শক্তি দিচে। কেৱল যে ধনি মানুহ এহে নিধনৰ উপকাৰ কৰিব পাৰে, ৰা গিয়ানিযেহে অগিযানিব উপকাৰ কৰিব পাৰে এনে নহই, সকলো প্ৰকাৰ মানুহৰ দোআই সময়ে সমযে উপকাৰ হব পাৰে। ধনিএ জেনেকৈ ধনেৰে নিধনিৰ উপকাৰ কৰিব পাৰে, নিধনিয়েও আপোনাৰ বুধি পৰিস্ৰম আৰু হাতৰ কামৰ দোআৰাই ধনিৰ উপকাৰ কৰিব পাৰে। এইপে সকলো মানুহে পৰস্পৰ উপকাৰ কৰি, প্ৰিথিবিত পৰম সুখেৰে কাল নিব পাৰে। কিন্তু আক্ষেপৰ বিষই এই, জে কেতিয়াবা অতি সামান্য কাৰণৰ নিমিতে পৰম ইস্বৰে মানুহক পৰম কল্যানৰ উদ্দেসে দিয়া উপচিকিসা বৃতিব কৰ্মবিলাক ভাল ৰূপে সিধি নহই, এই হেতুকে জেনেকৈ পৰোপকাৰ সাধনৰুপ ব্ৰত সম্পূৰ্ণ সিধি হই, আমি তাৰ নিমিতে জতন কৰা উচিত। এই প্ৰিথিবিত কিমান জিৱ জন্তু আচে, সেই সকলো একে জনা পৰম পিতা পৰম ইস্বৰব পৰা উতপন হৈচে; সুতং আমি তেওঁৰ সম্বন্ধেৰে সকলোবিলাক পৰস্পৰে ভাই কাকাই হৈছোহকঁ, এতেক