পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যজ্ঞৰাম দেওলাই লৱা। আহোম ভাষাৰ পৰা ভঙ্গা পূৰণি বুৰঞ্জী। কোচৰণ ঃ-লালি বাইচান (১৪) সকত চুy-ভূম গা টেপ নামে দুজন কোচ ৰজাৰ সেনাপতিযে আহি শলা পালেহি , আমাব লোকে ও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো • লুইতে উজাই দিখৌ মুখ পালেহি। পাচে এই কথা সুনি ৰজাদেৱে চাবিংৰজা, তখন বৰগোহাই, ক জ বৰপাত্ৰগোহাই অকি ওৱাইখেক বুঢ়াগোহাঁইবে অলিচি নাৰে ভটাযাই লুইত পালেগৈ। সিহত দুযে। গধুলি বেলিকা লুইতে উজাই পুনৰ দুপৰ বাতি ভাটীই অহি আমাৰ মানুহলৈ হিলৈ মাৰিলে, দুই চাৰি গুলি লাগিলত আমাৰ মানুহ ভাগিনা। পাচত সিহঁত দুযে। ভটীয়াই গৈ হড়ীযা মুখ পালেগৈ আৰু তাৰ চাপৰিত ৰলহি। আমাৰ লোকে খেদি গৈ হাড়ীয়া মুখত যুধ ধৰিলেগৈ; তাতে আমাৰ ত্যাওমুটু পৰিল। চিলাৰাই বা শুক্লধ্বজ কোৱ ৰৰ আক্ৰমন লাকি মৰাও [ ১৫, হিন্দুমতে ১৪৮৫) সঁকত মাঘৰ দিনত কোচ ৰজাৰ অপবাজেয যেক, চিলাৰাযে উজাই আহি (লুইতে) দিখৌ মুখৰ পোনে লুইতৰ উত্তৰে বলহি। পাচে ৰাজদেৱে চাৰিংৰজা, তৱাইখেক বুঢ়াগোহাঁই; ত্যাওউত, ত্যাওচুলুং কংজ’ বৰপাত্ৰ চুতাংখামচেন, এই সকলেৰে গৈ ইপাৰে কেঁাঠ দি ৰলগৈ। তাওৰি আইৰংমুঙ্গক যুদ্ধৰ অধিকাৰ কৰি, তিপাম ৰজাক লগত দি দিহিঙ্গৰ গৰত থাকিব দিলেগৈ। সেইসময়ত বহাগৰ দিনত মৰঙ্গীৰ ৰাইজ ভাগি আহিল। পাচে চাৰিংৰজাই ডাঙ্গৰীয়া সকলেৰে অলচ কৰি ৰাদেৱলৈ জনাই, ফুংফামৰ পুতেক লাগিতামত লেচাইলুং লঙ্গিখুন, এই তিনিক কোচ ৰজাৰ থাইলৈ প্ৰীতিৰ স্থাপনাৰ নিমিত্তে ৰাতিকৰা নামে ভাল মনুহ এটা পঠাই