পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইংলণ্ডৰ বিবৰণ।। এটকিও ভাঙ্গিব নোখোজে। জদি সকলে, একে বাক্য হৈ দেসৰ উপকাৰলৈ প্ৰতিগ্যা কৰে, তেন্তে কি হব নোআৰে? হে ধনৱন্ত সকল তোমালোকে নিচই জানিব জে ইৰে ধন সাচি গবলৈ, নাইবা আপোন সুখলৈ দিয়া নাই, কিন্তু তাৰে পৰৰ উপকাৰ কৰিবলৈহে দিচে; এই ভৰ্তসনা বাক্য সুনি অনেক সদলোকৰ চিতে উত্সাহ পাই, দেসৰ দুৰ্ভাগ্য গুচাবলৈ উঠিব পাবে, কিন্তু অকলে কি কৰিম বুলি, নৈৰাস নহৈ স্ব স্ব সাধ্যানুসাৰে হিত কৰিব, এতেকে অনেও সিবিলাকক দেখি সেইৰুপে হিত কৰিব। | হে ক্ৰিপামই জগদিসব, এই আসম দেসৰ লোক সৰলক সদেস সভ্য গিয়ানি আৰু ধামিক কৰিবলৈ মতি দিযা, সিবিলাকৰ অভাব আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিযনি দিযা, আৰু মোৰ ৰিচিৰ সন্ডিবে সিবিলাকক সভ্য কবা আৰু তোমাক জানিবৰ আৰু গ্য! পালিবৰ জোগ্য কৰা। জি সময়ত অসম হাবি গুচি ফুল বাৰি হব, নৈত ডোঙ্গাঙচি জাহাজ হল, ঘৰ বঁহৰ গুচি সিল ইটাৰ হব, গাৰে গাবে হেজাৰে হেজাবে পাসালি, গিযানৰ সভা, চিকিতসালই দুখিয়া দৰিদ্ৰ পবিত্ৰানব আল হব, কি জি কালত লোক সকলে পৰম্পৰ হিংসা নকৰি, আটাইযে আটাইক ভাৰত চেনেহ কবি, কবে দুটকা কানিৰ সলনি মিট। সাখি। নিদি, নাখ টকাকো কতি কৰি গৰ, কেটি টক। ভেটি পাইও কৰে। অন্যাই নকৰিব, বেশ্যা, বনি আৰু সুৰা এই কপ দেসত লোকে ভ নোপোকা হব, সেই সময়, হে পবম পিতা জগদিস্বৰ, সিগেটো গা। নানা সম্বাদ। USETU KA) IF IDE. হে প্ৰিয় লাবিলাক, তোমালোকে জি প্ৰিথিবিত বাস কব। সিনো কেনে, অকি তাতনো কি আচে, তোমালোকে গদ্যপিও নেজানা; আৰু জগতৰ নানা দেসৰ কথা ভু নেপাই আন দেসো আমাৰ দেসৰ নিচিনা বুলি ভাবিব পাবা, কিন্তু পৃথিবীৰ সকলো ঠাযেই একে দবৰ নহই, এক দেসব মানুহে জি খাই পিন্ধে, জি ঘৰত থাকে, জি ভাসা কই, জি ধৰম মানে আৰু জি দৰে চলে অনি দেশৰ মানুহে তেনেকৈ ১৪