পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯৫
শঙ্কৰদেৱ চৰিত্ৰ।

তযু আশীৰ্ব্বাদে গই।
আসিলোঁ আতাক লই॥
বোলা আই মাধৱক।
সুখে বাপু থাকিয়োক॥
পাপৰ ভণ্ডাৰ পোলা।
শঙ্কৰ মাধৱ বোলা