সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫২ অসমীয়া সাহিত্যৰ চানেকি। মহা মনোহৰ বীগণে উক, হীৰ মুও আলয়। গড়াগড়ি কৰি। আছে পড়ি পড়ি, ধবণী মও শোভয়। অসংখ্যক বন্ধ দেখিতে কুবন্ধ, ছত্ৰাক্ত চামবে ধৰি। যেন পুষ্পবন | শোভে সশোভন, পৰম ইচিত কৰি৷ যত বীৰ গণ কন্ত ভ্ৰমণ, | মনত নাহিকে ত্ৰাস। শৰীৰক ঢাকি | বহয় ৰুধিৰ, পুষ্পিত যেন পলস॥ হস্তীগণ যত। পৰিলত আত, শবে হুৱা জৰ্ডৰিত। আকাশৰ মেঘ খণ্ড খণ্ড হুয়া, পৰিছে যেন ভূমিত গজ সমূহক নিলা যমলোক, প্ৰাণৰ দেখি যতেক। এৰি পটোৰ | দিল। সবে লৰ, | পলাইলা কুৰু কতক খণ্ড মেঘগণ ভৈল হস্তী চয়, পৰিছে দন্ত প্ৰকটি। যেন শচীপতি হাতে বজ্ৰ ধৰি, | পেলাইলা পৰ্বত কাটি। মাহুত সহিতে কৰি সমন্বিতে, আছে অসংখ্যাত হয়। প্ৰাণ গৈলা চাৰি লৈ পৰি পৰি, দেখি লাগে মহাভয়॥