পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১০ অসমীয়া সাহিত্যৰ চানেকি। মুকুন্দে পঢ়য় পদ খনো জয়বামে। দ্বাৰকায়ো খনো জগন্নাথে পঢ়ে ঐক্ৰমে। ভাগৱত বক্তা এক জন গিত নাই। বহু কন্দলিয়ে এক বাৰ পঢ়ি যাই। খনো খৰিকটা গ্ৰামে খনো ঢতাবিত। খনো কানিপোড়া খনো ধোৰাচুবুৰিত। খনো বনবাসে খনো ঢাপৰ গ্ৰামত। খনো দিফলুত খনো অভয়পুৰত। খনো নাম। গ্ৰামে খনো ববাহিত। খনো কলাবাড়ি খনো কাহিয়ে কুঞ্চিত। ইসব থানত থাকা সন্ত্ৰক কবিয়া। পলৰীয়া থান বহু নকহো লেখিয়া। তাহাতে থাকন্ত যদি শুনন্ত নিৰ্ভয়। তেবেসে বৈষ্ণৱ মানে সঙ্গত বঞ্চয়। যেহি দিন। শুনে খুলে কহিছে বাজাত। সিদিনা পলান্ত সবে নেদেখি তথাত। যেন সৰোবৰ বহু ৰাজহংস থাকে। ঝাত কৰি উড়ি গৈলে নেদেখিয় তাকে। পক্ষ মাস ভৈলে পুনু হোৱে এক ঠাই। থাকয় আনন্দে পুনু হৰি গুণ গাই। যেন ববিত সূৰ্যে মেঘৰ নিমিত্তে। খনো প্ৰকাশয় খনো নেদেখি সাম্প্ৰতে। যেন সূৰ্য উদয়ত সৰাৰ আনন্দ। মেঘে চ্ছন্ন কৰিলে মানয় দিন মন্দ। ভক্ত সমে গোপাল যে সূৰ্য উদয়ত। নৰ নাৰী প্ৰজা আসে যাৱে আনন্দত। ৰাজভয় মেঘত পলান্ত যেতিক্ষণ। নিৰানন্দ প্ৰজাৰ নেদেখি দুঃখ মন। দ্বাদশ থানত কথা আছয় বিস্তৰ। তাহাক নকহি পদ হোৱে বহুতৰ॥