পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ •৮ তাসমীয়া সাহিত্যৰ চানেকি। যি জনে মি গানে থাকে, যদি যাইবে ইচ্ছা নাই, যদুমণিদেৱে যাই, আনন্দৰ সীমা নাই, দেৱ গোপালৰ মন, প্ৰেমত লোতক ঝৰে, ভয়ে তথা নথাকিলা, একৃষঃ মহাজন, বাসুদেব ৰামকৃষ্ণ, মুবাৰি পৰমানন্দ, কায়স্থ পৰশুৰাম, কনাই পুৰুষোত্তম, আৰ। সবে আতিশয়, মহাজন ধৰ্মধাৰী, শঙ্কৰ নাভিৰ ঠাই, তাৰ সৰো বাৰম্বাৰ, দেৱ গোপালক পাই, প্ৰেমে চিত্ত নুহি থিৰ, প্ৰেমত হিয়াত ধৰি, আমাবেসে মহাভাগ, এহি চৰণত ৰতি, ই দেশত আমি দেৱ, অত্যন্ত তেজস্বী শুদ্ধ, কৃষ্ণৰ একান্ত ভৃত্য, আনো বহু গুণশালী, তোৰাত বিনয়ে আন, এতেকে সে বাৰম্বাৰ, শুনি দেব গোপালৰ, তাসম্বক আস্বাসিয়া, পৰম আদৰ কৰি, তুহিকে পঠান্ত তাকে। ততো যায় আজ্ঞা পাই। দেৱ গোপালক পাই। ছিলন্ত এক ঠাই। তাঙ্ক পায়। তানুক্ষণ। দেখন্তাৰ মন পূৰে। পুনু আজ্ঞা মাগি লৈলা। গোপী কৃষ্ণচৰণ। হবিৰ চৰণ শিষ্ট। বামভাৱ নিত্যানন্দ। ৰামচৰণ নাম, ভয়া পত্ৰ মনোৰম। লোকত প্ৰখ্যাত হয়। ঠাকুৰৰ আজ্ঞাকাৰী। বাৰম্বাৰ আসে যাই। আসি কৰে নমস্কাৰ। প্ৰীতি হাতি বাঢ়ি যাই। বহে নয়নৰ নীৰ। বেলন্ত বিনয় কৰি। তোমাকে পাইলো লাগ। কৰোক আমাৰ মতি। তোমাকে সে কৰে সেৱ। ব্ৰহ্মচাৰী মহাবুধ। ভকতৰ প্ৰিয় মিত্ৰ। জগতৰ ধৰ্ম্ম পালি। কোন আছে বিদ্যমান। কৰো আমি নমস্কাৰ। বহে নীৰ নয়ন। ভাল অন্ন বস্ত্ৰ দিয়া। পঠাৱন্ত হৰি স্মৰি।