পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০৬ অসমীয়া সাহিত্যৰ চানেকি। হাহা কিনো ভৈলা বুলি উম্মি উঠলিল। দেশে দেশে ভক্ত সৰে কান্দিবে লাগিল। দেৱ গোপালেসে যেন ভৈল বাপ মাৱ। তেনয় প্ৰকাৰে সমস্তবে ভৈল ভাৱ॥ সেহি দেৱ গোপালৰ পদযুগ স্মৰি। ভণে বনানন্দে ডাকি বোলা হৰি হৰি। এহি মতে নিৰন্তৰে, ক্ৰন্দন কৰন্তে যাই, এক মাস গৈল যেবে, মহাদুঃখ ভকতৰ, গদাধৰ সমে চাই, ফুৰি ফুৰি নানা থানে, সমস্ততে কহিলেক, কৰ্ণাকৰ্ণি কহে কথা, অন জন মাবিলেক, এহি মান মাত্ৰ কয়, যেন সূৰ্য উদয়ত, মেঘৰ নিমিত্তে কেৱ, তথাপিতো প্ৰকাশয়, তেমন গোপাল দেৱে, তথাপি হৃদয় দৃঢ়, আমাসাক দয়া তৰে, যেষানি কি নহে আৰ, এহি মতে আশা তৰে, গৈল যদি বৰিষেক, কৈত আছ কেন মতে, তথাপিতো নয়, জুমুড়ি। শোকে দুঃখে ভকতৰে। লোকৰ ছেদ নাই। শুনি বংশীধৰে তেবে। গুচাইবক প্ৰতি নৰ। দিলা দেৱে পঠিয়াই। সেহি আহি কাণে কাণে। মনে মনে কহিলেক। দেৱহুনু আছে তথা। দেৱে তাঙ্ক ৰাখিলেক। কিন্তু স্থিতি নজানয়। মেঘ থাকে উপৰত। নেদেখয় সূৰ্যদেৰ। গুচয় সকলে ভয়। আছি নেদেখয় কেৱে। সবাৰে আনন্দ বড়। ৰাখিছে পৰমেশ্বৰে। পাইবে। দেখা গোপালৰ। আছ। লোক নিৰন্তৰে। তথাপিতো নোলাইলেক। জিজ্ঞাসিলা নানা মতে। লোকে সুখ নলভয়।