পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৫৮৩ বেহুলা-লক্ষান্দিৰ। দিহা-উঠিয়া বন্ধন চাউ কন্যা বোলে লখিন্দাৰ। লখাই বোলে শুন কন্যা আমাৰ বচন। ভোজন কবিবো জান্তে চৰাই ৰন্ধন॥ ক্ষুধায়ে আকুল তনু ধৰিতে নপাৰি। বিলম্ব নকৰা কন্যা চলা শিকৰি। লা পাই বেহুলাই বুলিলা বচন। চাউল সাজ নাই আমি চৰাইতে ৰন্ধন॥ কহিয়াৰ নাৰীকল বৰ্তমণি কলা। ফলাহাৰ কৰিবাক বুলিলা বেহুলা। যত দ্ৰব্য থৈয়া আছে সনেকা সুন্দৰা। লখিন্দাৰে খাইল। তাক কিছু কিছু কৰি ক্ষুধাৰ সময় খাইতে আমুত সমান। বেহুলাৰ বাক্য লখাই নকৰিলা নি॥ যত দ্ৰব্য থৈয়া আছে সনেকা সুন্দৰ খন্দাৰে খাইল তাক কিছু কিছু কৰি। ইষিতে ভোজন কৰিলা লখিন্দা শয়ন কৰিলা গৈয়া পালঙ্ক উ” কামে বিমোহিত হুয়া যে বিমোহিত হুয়া বনিয়া নন্দন। বেহুলাত ঘনে ঘন মাগে আলিঙ্গন। ২ বোলে শুনা প্ৰিয়া আমাৰ উত্তৰ। লখাই বোলে শুনা প্ৰিঃ গলিঙ্গন দিয়া মোৰ প্ৰাণ ৰ দিয়া মোৰ প্ৰাণ ৰক্ষা কৰ॥ এত শুনি বেহুলা চিন্তিত ভৈলা মনে। বিনয় কৰিয়। বেহুল বুলিলা এ কীৰ নাৰায়ণ দেবৰ সৰস পাঞ্চালী। হুলীৰ কৰুণা বলি একযে লেটাৰী॥