________________
অসমীয়া সাহিত্যৰ চানেকি। বেৰ কতিপৰ বচনত প্ৰীত হুয়া জ্ঞান শূন্য হুয়াছে। এতেকে স্বগত পৰ ঈশকে। । কবি নোবেলে। কামে তাকুচি হুয়া, স্বৰ্গকে মহাপুৰুষাৰ্থ বুলি মানে। সভায় অনুবে জন্ম ববি কৰ্ম্ম কবি পুনু স্বৰ্গ পাইবো বুলি মনে; ভোগ ৯ন্ধক পাইৰাক লাগি নানা কৰ্মসবো কবে, সদাই ভোগ ঐশ্বক তাসক্তি কৰি থাকে; বেদব পুপিত বাক্যে চিত্তকে। হৰিছে। এতেকে তাবাস একনিষ্ঠ হুয়া পৰমেশক ভজিবে নপাবে। যদি বোলা স্বৰ্গাদি যেৰে পৰা ফল নহে, তেৰে কেনে বেদে তাৰ সাধন কবি, কৰ্ম্মসব বিধান কবে, তাই শুনা। সকামী লোকক প্ৰতিসে বেদে কৰ্ম্মফল কহে। তুমি নিস্কামী হৱ।। নিজামী হৈৰাৰ উপায় না। সুখ দুষখক সহা, মহাধৈৰ্যক আশ্ৰয় কবা, তাপ্ৰাপ্ত বস্তুক স্বীকাৰ এড়া, প্ৰাপ্ত বস্তুকে। বক্ষা তেজা, তেবে নিলাম। অৱশ্যে হৈবা। যদি কোলা, বেদোক্ত নানা ফল এডি নিষ্কাম হুয়া পৰমেশ্ববব আবাধনত যি ব্যৱসায় বুদ্ধি কহিলা, তাক কুবুদ্ধিসে বুলি; তাত শুন। যেন বাপী কুপ তড়াগত যিমান ৰান পানাদি কাৰ্য্য হয় সিমান কাৰ্য মহাদত একে ঠাই হয়; তেমনে সকল বেদোক্ত কৰ্ম্মত যিমান ফল হয়, সিমান, ফল নিশ্চয়াত্মিকা বুদ্ধিযুক্ত ব্ৰহ্মনিষ্ঠব হয়। ব্ৰহ্মানন্দত ক্ষুদ্ৰানন্দসব অন্তৰ্ভাব হুয়া আছে। ব্ৰহ্মানন্দ বসব লৱলেশ কণক প্ৰাণীসবে আস্বাদন কৰে এতেকে আক সুবুদ্ধি কৰি জানিব। তেবে সকল কৰ্ম্মৰ ফল পৰমেশ্বৰ অবাধনতে মোৰ হৈব বুলি প্ৰৱৰ্তিব। তাক নিবাবি বেলন্ত, তত্ত্বজ্ঞানাৰ্থী তোমাৰ কৰ্ম্মতেসে অধিকাৰ। বন্ধহেতু ফলত কামনা নহৌক। যদি বোলা, কৰ্ম্ম কৰিলে ফল আপুনি হৈব, তাত শুনা। কামনা কবিলেসে ফল হয়; তাকামীত ফল তোমাৰ নহৈব। বন্ধভয়ে কৰ্ম্ম তাকৰণতে নিষ্ঠা নকৰিবা; কিন্তু পৰমেশ্বৰত একনিষ্ঠা হুয়া তাসক্তি এড়ি কসব কবা। তাৰ ফল জ্ঞানৰ সিদ্ধি অসিদ্ধিতে সম হুয়া, কেবল ঈশ্ববত অৰ্পন কৰি কব; যাতে সম ভাৱক যোগ বুলি কহে। ঈশ্বৰাৰ্পিত কৰ্ম্মত কবি, কাম্য কৰ্ম্ম ত্যন্ত অপকৃষ্ট, এতেকে তুমি ঈশ্বৰত শৰণ লৈয়া, জ্ঞান সাধন নিষ্কাম কৰ্মযোগ অচিবা। সকামী জনক তাতি কৃপণ জানিবা। নিষ্কাম কৰ্ম্মযোগী অতি শ্ৰেষ্ঠ, যাতে সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্ম্মসব কৰা, সেই কৰ্ম্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব; যেমনে কৰ্ম্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিবেকীসবে, কম্ম জন্য ফলসব ঈশ্বৰত অপি কৰ্ম্মবন্ধ এড়াই, নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। যদি বোলা, মঞি কেতিয়া সেইফল পাইবো, তাত শুনা। এমনে পৰমেশ্বৰক আৰাধন কৰিতে, যেখন তান প্ৰসাদে, দেহত অভিমান এড়ি তোমাৰ বৃদ্ধি সবাতে বিৰক্ত হুয়া, ঈশ্বৰত