পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

a নপাবে। এতেকে অবিনাশী নিই । এতেকে মোহ জন্য শোক এড়ি অসমীয়া সাহিত্যৰ চানেকি। ৫১৮ সেই অব্যয় অত্যাব বিনাশ কৰিতে কে পাবে। এতেকে অবি. অপবিচ্ছিন্ন আহাৰ সম্বন্ধী দেহবে অন্ত আছে; খ দুখ সম্বন্ধ হয়। সব পুনু বিনাশ নাই। সুখ দুষ খ সম্বন্ধে ঘটে। এতেকে মোহ জন্য wেs স্বধৰ্ম্ম যুদ্ধ কৰা। এমনে ভীষ্মাদিৰ মৃত্যু নিমিত্ত শোক নিবাবিলা। মঞি বধিবে বুলি যি দুষ খ কহিছা, তাকে। তেমনে তাকাবণ জানি, জনে এই আত্মাক মাৰে মবে বুলি জানে, তাক গানী বুলি মানি। প আত্মক নমবে নমবে। স্বৰূপত আত্মাৰ জন্ম নাই, মৰণে নগটে, আছে মন নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিয়ো নহয়; এতেকে শৰীৰ নষ্ট ১৯, আত্মাৰ নাশ নাই। যি পুৰুষে এই আত্মাক অবিনাশী তাজ অব্যয় নিত্য নয়। জানে, সি কাক মৰাইবেক, কাক মাৰিব? এতেকে প্ৰযোজক বুলি, মোতো দোষ দঠি নকৰিবা। যদি বেল। আত্মাক অবিনাশী জানিও তান শৰীৰ নাশ দেখি, শোক কবো, তাত শুনা। যেন মনুষ্যে জীৰ্ণবস্ত্ৰক পৰিত্যাগ কৰি, নবীন বঙ্গক গ্ৰহণ কৰে, এমনে আত্মীয়ো পুৰাণ। দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে . কৰ্ম্মনিবন্ধন নুতন দেহ তাৱশ্যে হৈব। জীৰ্ণ দেহ নাশত শোক কৰিতে নালাগে। এই আত্মিক অস্ত্ৰেয়ো না কাটে, অগ্নিয়ো নদহে, জলেয়ে। কোমল নকবে, বায়য়ে নুশুখাৱে। এতেকে ছেদ্য তাদাহ হাফ্লেছ শোচ্য নিত্য সৰ্বগত অটল সনাতন অব্যক্ত অচিন্ত্য তাপ্ৰাপ্য কৰি কহে। হেন কি জানি তুমি শোক কৰিতে যোগ্য নহৱা। আত্মাৰ জন্ম মৰণ নাই পদে শোক কৰিতে নলাগে, তাক কহিলো। যদি বোলা আত্মা দেহৰ লগতে জন্ম হয়, দেহৰ মৰণে মৰয়, তথাপি তুমি শোক কৰিতে যোগ্য নহৱা, তাৰ যুক্তি শুনা। জন্ম হৈলে আপুনাৰ কৰ্ম্মে মৰণ নিশ্চয় হৈব, মৃতকবো সেই দেহব কৰ্ম্মে জন্মে অৱশ্যে হৈব, এতেকে আপৰিহাৰ্য কাৰ্যত তুমি বিদ্বন্ত হুৱা কেনে শোক কৰা। দেহদিৰ স্বভাৱ দেখি দৈহেপাধিয়ে আত্মাৰ জন্ম মৰণ মানি, শোক কৰিতে নাপাৱা। ব্যক্ত প্ৰধান হন্তে, সকল শৰীৰ উৎপন্ন হুয়াছে; মাজত মাত্ৰ ব্যক্ত হুয়াছে; পুনু কাব্যক্ততে লয় হৈবে। এতেকে দেহাদি প্ৰপঞ্চ, স্বল্প সম তাত কেনে তুমি শোক কৰা। যদি বোলা তেৰে কেনে বিদ্বন্তসবে শোক কৰে; সিয়ে আত্মাৰ তাজ্ঞানত ঘটে। বিবেকী নাম। শাস্ত্ৰ হাচাৰ্য্যৰ উপদেশে আত্মক দেখিয়ে আশ্চৰ্য হেন দেখে; সবগত নিত্য জ্ঞানকানন্দ আত্মক সম্ভাবিবে নপৰে; তেমনে কহিয়ে শুনিয়ে আত্মক at নাজানে। এতেকে জানিবা, সকল দেহত আকাক নিত্য অবধ্য জানি তুমি কাগ শোক কৰিতে তাই নহব। যি বুলিছা মোৰ শৰীৰ কাম্পে সি যুক্ত