________________
কহন্ত; যি ৫১৪ হামায়া সাহিত্যৰ ঢানেকি। দ্ৰোপদীব পথ পুত্ৰ প্ৰতিবিন্ধ্যাদি; তাব। সবে মহব। তাৰ লক্ষণ কহন্ত; একে দশসহ বগীক যুঝই হাক মহাবশী বুলি, যি পৰিমিত বা * যুঝই তাকে অতিবগা বুলি; একে একে বুঝিলে বা বুলি; দুই বথে এক* যুঝিলে জাৰ্পৰী বুলি। তামাৰ সৈন্যৰো সি যি বিশিষ্ট সেনাপতিসৰ তাক কহে সাবধানে শুনা; তুমি গুৰু দ্ৰোণ। ভাগ্ন পিতামহ কৰ্ণ মহাবণী কপ অগ্ৰগণি অশ্বথামা বিকৰ্ণ সোমদত্তৰ পুত্ৰ ভূবিশ্ৰবা; আনে। বিস্তব বসব মোৰ হাথে প্ৰাণকে। এড়িবে ইছা কৰিছে; সবে নন। তাস্ত্ৰত নিপুণ, সবে যুদ্ধত বিশবিদ। এহি মহাবীৰসবে যুক্ত হুইতেও ভাগ্ন সেনাপতি সালভাৱে ৰাখিতেও, আমাৰ একাদশ অক্ষৌহিনী সেনা পাণ্ডৱ সমে যুঝিবে অসমৰ্থ হেন প্ৰকাশ কৰে। ই পাণ্ডৱৰ সাত ক্ষৌহিনী সেনা ভীম সেনাপতি মাত্ৰ বক্ষিত হুয়ো, তামাক যুঝিবে সমৰ্থ দেন প্ৰকাশ কৰে। এতেকে তোৰসব সাবধানে, আপুনাৰ যুদ্ধ ভূমিত পাকি ভীষ্মক ভালমতে বক্ষণ কৰিবা; সমুখে যুঝিতে যেন পাচব আসি কেহো প্ৰহাৰ নকৰে; ভীঃ বলেসে আমাৰ বল। এমনে বহুমানযুক্ত বাজাৰ বচন শুনি, মহাপ্ৰতাপী কুৰুবৃদ্ধ ভিগে বাজাৰ হৰিষ বঢ়াই সব প্ৰাণীৰ ভয়ঙ্কব, সিংহৰ সদৃশ যুদ্ধনাদ কৰি, উচ্চ কবি শত বজাইল! | এমনে সেনাপতি ভিন্ন যুদ্ধোৎসৱ দেখি সকল ঠাইতে শঙ্খ ভেৰী পণৰ অনিক গোমুখ আদি নানা বাদ্য বজাইলা; তাৰ মহাশব্দ হৈল। আৱে পাণ্ডৱ সৈন্যৰ যুদ্দোৎসৱ শুনা। শুক্লবৰ্ণ ঢাৰি হয়যুক্ত মহাবিথত থাকি কৃষ্ণ অজুনে দিব্য দুই শ বাদ্য কবিলা; তাৰ নাম কহেঁ৷; শ্ৰী কৃষ্ণে পাপ জন শখক বাদ্য কৰিলা; অৰ্জুনে দেবদত্ত নাম শঙ্খ বাজাইলা; পৌণ্ড নাম মহাশঙ্খক ভীমে ফুঙ্কিলা; অনন্তবিজয় নাম শঙ্খক যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘোষ নাম শাক, সহদেৱে মণিপুপক, ধ্বনি কৰিলা। কাশিবাজ শিখা ধৃষ্টদ্যুম্ন বিৰাট সাত্যক? দ্ৰুপদ দ্ৰোপদীৰ পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ আভিমনু, আবাসবো পৃথক পৃথকে শঙ্খসব শব্দ কবিলা। সেই শঙ্কৰ মহাশব্দে আকাশ পৃথিবী সমে দশোদিশ পুৰি, কৌৰৱ সেনাৰ মহাভয় জন্মই হৃদয় বিদাৰণ কৰিলা। পাচে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধ সমুখে থাকিবাৰ দেখি, তা বৃষ্ট্ৰিয়য়া পৰিবে লাগিলে, গাওঁৰ ধনু ধৰি হৃষিকেশ ভগৱন্তক এই বাক্য বুলিলা; হে অচ্যুত এই উভয় সেনাৰ মধ্য! মোৰ ৰথক ৰাখিয়ো, যাৱন্তে যুঝন্তা বীৰসবক, চাঞে; বুলিব তুমি যুবন্তাসে যুদ্ধচাৰ নহৱা; তাত শুনা। মঞি কাৰ সমে যুদ্ধ কৰিম, দুৰ্বদ্ধি দুৰ্য্যে ধনৰ প্ৰীতি কৰিব ইছাই যি যি বীৰসব আসিছে তাৰাক চাঞো; তাৱত দুই সেনাৰ মধ্যত উ ৰথক ৰাখিব।।