পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

  1. পৰস্পৰাও মিথ্যা

ৰে, পৰমাৰ্থত সত্য কৰি হি। অসত্যক লাগি ঔত তুহিবেক। | আক যি সত্য কৰি অসমীয়া সাহিত্যৰ চানেকি। বোলা উৎপন্ন পদে মএি উপাদান সে কহিলে, নিমিত্ত নকহে, তত শুনা—কোনো ঠাই গুণ উপাদান হন্তেও সৰ্পক মিচা দেখি, তাতে যদি দেখা কেবল গুণ মাত্ৰ, সৰ্পৰ উপাদান নহে কিন্তু হাজ্ঞানতেসে তুয়াছে। তাত শুনা তেমনে ৩ জ্ঞান বুজিব। তেৰে একোমতে প্ৰপপ সত্য নহয়। তথাপি যদি বোনা হৈলে কেনে কাৰ্য কৰে, আৰ উত্তৰ শুন। কোনো ঠাইত মেটকিয়া ৮ ক্ৰয় বিক্ৰয় কৰে। আবে। যদি বেলা এক ঠাই থাকিলে সে তাৰ ঠাই ভ্ৰম ঘটে, সঙ্গে নথাকিলে কেমনে ভ্ৰম হৈব, তাই শুন। হান্ধ পৰম্পৰা ভ্ৰমো প্ৰবৰ্তে, পৰমাৰ্থত নঘটে। যদি বোলা মিচা হৈলে কিসক বেদে ক কহে, তাত শুনা। কৰ্ম্ম জাত সবক বেদে। ভ্ৰম মাত্ৰ কৰাৱে, পৰমাথত নকহে। এতেকে প্ৰপঞ্চক সত্য কবিতে কিছো সাধন নাই। অসত্য। অনেক কহে।। ই বিশ্বখান সৃষ্টিৰ পূৰত নাছিল, প্ৰলয়ৰ তান্তত মুহা এতেকে মধ্যত মিথ্য। হুয়ো তোমত প্ৰকাশ কৰে। এতেকে আক যি সত কহে তাক অজ্ঞান বুলি। যদি বোলা মিথ্যা প্ৰপঞ্চ সমে জীবৰ সম্বন্ধ গন্ধে! " তেবে কিয় সংসাৰত ফুৰে, কেনে বা ঈশ্বৰ নিত্য মুক্ত, জীব বা কেনে। বদ্ধ। তেবে কিসক লগি বা কৰ্ম্মকাণ্ড বিহিল।। আৰ উত্তৰ শুনা, জীৱ পু মায়ায়ে অবিদ্যাক লিঙ্গি দেহাদিক মোৰ বোলে। এতেকে আনন্দাদি ৰা হুয়া সংসাৰত ভ্ৰমে। এতেকে তাৰ নিমিত্তে কৰ্ম্মকাণ্ড বিহিছে। তুমি পুনু মায়াক বস্তু ক নমনা। এতেকে পৰমেশ্বৰত প্ৰকাশ কৰা। হে ভগৱন্ত! যি সন্যাসীসবে ভাৰ্য্যা সঙ্গ এড়িও মনৰ কাম বাসনা নেড়ে সি কদাপি তোমাক নপাৱে।। কণ্ঠত মণি থাকিতেও পাশবিলে অপ্ৰাপ্য হয়, তেমনে হৃদয়ত থাকিতেও ' নাপাৰে কিন্তু ইহলোকে দুঃখ মাত্ৰ পাৱে। যদি বোলা সন্যাসীৰ কিছে। কই তাত কেনে বৃথা তাপ কৰা। দুয়ো লোকত ভ্ৰষ্ট হৈল বুলি, তাত শু" তোমাক সাক্ষাতে জানে সি পাপ পুণ্যব ফল সুখ দুখক অনুসন্ধান কৰে। বিধি নিষেধৰো অধিকাৰ গুছে : মুহি সন্তৰ উপদেশে অনবৰতে তোমাৰ শ্ৰৱণ কবে, সিয়ো গুণ দোষৰ হাত এড়াৱে। | যি যোগৰ চলে ইন্দ্ৰিয়ক প্ৰীতি কৰে, তাৰে সে লোকত দুখ মুছে। পৰমেশ্বৰ ভগৱন্ত! তোমাৰ অন্ত ব্ৰহ্মাদিও নপাৱে, তুমিও নপাৱা। যদি তবে মোৰ কেমনে সৰ্বজ্ঞ সৰ্বশক্তি ঘটে তাত শুন। যাতে অন্ত নাই। শশাৰ সিংহ নাজানিলে সৰ্বজ্ঞ নুগুছে। তেমনে আনন্থ পদে তোমাৰ তান্ত | থাকিতেও তোমাক কিছো কষ্ট নাই | তাত শুনা—যি শ কৰে। তেবে * তোমাৰ কথা ইছে। হে । যদি বোলা ও নাই। যেন 'ৰি অন্ত নাপাই।