________________
অসমীয়া সাহিত্যৰ চানেকি। প্ৰলয়ত নিপাধি জীৱসব, ধৰ্ম্ম অৰ্থ কাম মোক্ষাৰ্থে, বুদ্ধি ইন্দ্ৰিয় মন প্ৰাণ হ্ৰজ। এতেকে বেদ সগুণ। ভগৱন্ত নিগুণ, সৰ্বজ্ঞ সৰ্বশক্তি সৰ্বোপাস্য সৰ্বনিয়ম সৰ্বকৰ্ম্ম ফলদাতা, সকল কল্যাণ গুণৰ আশ্ৰয়। সদা চিদানন্দক বিস্তৰ ঔ। কৰে, তেৰে জীৱে উপাধি এবি চিদাংশে একত্ব হৱে। তাক যি শ্ৰদ্ধায়ে ধrs সি কুশল পাৱে। হাত নাৰায়ণ নাৰদ সংবাদ কহে।। একদিন। নাৰদ ঋষি নবায়ণক দেখিবে তান আশ্ৰমক গৈলা। যি লোক | হিতাৰ্থে আল্লান্ত তপ কৰিব লাগিছা, তাত কলাপ গ্ৰামবাসী মুনিসৰে আবৃত ই, নাৰায়ণ বসিছ। নবিদে। প্ৰণাম কৰি তুমি যি পুচিল আকে পুচিল, নাৰায়ণো চাৰি সিদ্ধৰ সংবাদ তুলি কহন্ত, হে নাৰদ! পূৰ্ববত জন লোক ব্ৰহ্মাৰ সত্ৰত সনকাদি চাৰি সিদ্ধ সংবাদ হৈল। যদি বেলা তেবে মঞি কি নাজানিলো, তাত শুনা। তুমি শ্বেত দ্বীপত মোৰ মূৰ্ত্তি অনিৰুদ্ধক দেখিবে গইছিলা। তুমি মোত যি পুচিলা, তাও এই প্ৰশ্ন কবিলা। যদ্যপি তাসব সমান জ্ঞানী। হয়, তথাপি একজন বক্তা কৰি, তিনিজন শ্ৰোতা ভৈল। তাত সনন্দনে কহন্ত প্ৰলয়ত ভগৱন্তে স্বসৃষ্ট জগতক সংহৰি শক্তিগণ সমে শয়ন কৰন্ত। তাৰ অন্তত প্ৰথম নিশ্বাসত জাত হুয়া শ্ৰতিগণে তান মহিমা কহিয়া বোধ কৰান্ত, যেন ৰাজা নিদ্ৰা গৈলে, স্তাবকসবে উষা সময়ত আসি, পৰাক্ৰম কহি বোধ কৰে, তেমনে তিসবো স্তুতি বোলয়। হে অজিত! 'জয় জয়, আপুনাৰ মহিমা প্ৰকাশ কৰা, সকল জীৱৰে আবিদ্যা হৰা। যদি বোলা কিসক গুণবতী নাশ কৰিম, তাত শুন| যেন বেশ্যা পুৰুষৰ ধন হৰিতে গুণক ধৰে, তেমনে জীববো তানন্দাদিক আবৰিবাৰ অৰ্থে সে গুণক ধৰিছে, এতেকে বধিব লাগে। যদি বোলা তেবে মোকে আবৰিব, তাইক বধি; তোমাতে। বাকী শক্তি আছে। তাত শুনা, তুমি স্বতসে সকল ঐশ্বৰ্য্য পায়াছা, মায়াকো বন্য কৰিছা। যদি বোল। তেবে জীৱে বা কিসক জ্ঞান বৈৰাগ্য বলে নাশ কৰে, তাত শুনা। তুমি সে সকলে। জীৱক জ্ঞানাদি শক্তি বোধ কৰাৱা, এতেকে তাৰা স্বতন্ত্ৰ নহে। আমাক প্ৰমাণ লৱা। 'যেখন তুমি অখণ্ড ঐশ্বৰ্য হুয়ো মায়া সমে সৃষ্টি আদি কাৰ্যত প্ৰবৰ্ত্তা, তেখন আমি সকল বেদগণে তোমাক প্ৰতিপাদন কৰি। যদি বোলা মোক কৈত প্ৰতিপাদন কৰা, ইন্দ্ৰ চন্দ্ৰাদি দেবকে সে ঈশ্বব বুলি কহ, তাত শুনা। ইন্দ্ৰাদি। সকল জগত তুমি ব্ৰহ্ম হন্তে উৎপত্তি হয়, তোমত প্ৰলয় যাই, তথাপি তোমাৰ বিকাৰ নাই। যেন মৃত্তিকা হন্তে টাদিৰ উদ্ভৱ নাশ হৱে, তেমনে তোমাক বেদে। কহে। এতেকেসে ঋষিসবে বাক্যে মনে তোমত প্ৰবৰ্ত্তে। আত দৃষ্টান্ত শুনা, {