________________
৫ ০ ৪ দেৱ আশা দূৰে থৈলে, দূত কৰ্ণ মূলে কন্ত, জানা মঞি সাৰে সাৰ, মধুসুদনৰ সিতো, অসমীয়া সাহিত্যৰ চানেকি। বাহিৰে ভিতৰে হবি, তুমি গুৰু ৰূপ ধৰি, শিষ্যক দিয়াই উপদেশ। তথাপিতো যিতো নবে, তোমাৰ শবণ তেজি, তাব নুগুচয় ঋণ শেষ। নসিংহ পুৰাণত, ঈশ্ববৰো এহিমত, বাসুদেৱ যিজনে বোলয়। শৰণ তোমত লৈলে, তাব হব। সংসাৰৰ ভয়॥ যমে তত বোধ দেন্ত, সবাৰে হাততে পাশ দেখি। গভক্তৰ অধিকাৰ, তাসন্থাক না লেখি লেখি॥ শৰণ লৱয় মিতো, বল্লভ হোৱয় আতিশয়। তাসম্বাৰ তেজ! পাশ, নিষ্টে মঞি কৈলো দূত চয়॥ গৰুড় পুৰাণে হৰি, | যিতে জনে ধ্যান বিবৰ্জিত। হৰিত শৰণ লৈয়া, সাধিলেক আপুনাৰ হিত। নাৰদ পুৰাণে হৰি, যিটোজনে শৰণ লৱয়। কমল লোচন হৰি, | নৰসিংহ বচন বোলয়। শৰণ পশিলে হৰি, লৈয়ো মোক এহি বাক্য সততে বোলয়। শুনিয়া তাহাৰ বাণী, সংসাৰ সিতো মোৰ প্ৰিয় আতিশয়॥ | যদি জীবে কৰা আশ, কহিলন্ত নিষ্ট কবি, | ভকতি ৰসক পায়, কহি আছ। নিষ্ট কৰি, গোবিন্দ বামন বিন্দ বামন সদা,
- ৰো মোক দাস কবি,
সংসাৰক কৰো হানি,