পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৯৭ পৰম-ধৰ্ম্ম নিৰুপণ। শবণ-ভজনক আদি নৱবিধ শবণ-নিৰ্ণয়। লেচাড়ি। শৰণ, ভজন, ভক্তি চয় মহাজনে তাক বখনয়, | শ্ৰৱণ, মনন, অধ্যাপন, শীল, শিক্ষা। 'ৰে সহিতে নৱবিধ, অক জীৱে জানি হৱে সিদ্ধ, | গুৰু সৱে শিষ্য সমস্তকে দেই শিক্ষা। শৰণৰ ক্ৰম কৰ্তে শনা আৰু সাৱধান মনে শুনা, | কৃষ্ণ যামলত ইহাৰ ক্ৰম আছয়। আক শুনি ভৱনদী তৰে, কিন্তু তাৰ যিতো মত ধৰে, সপ্ৰেম ভকতি কৃষ্ণুত সিতে পাৱয়॥ শৰণ। দেৱতাৰ আশা দূৰ কৰি, পুত্ৰাদিৰ স্নেহ পৰিহৰি, প্ৰাকৃত শৰণ তাৰ নাম, কেৱলে হৰিত বিশ্বাস কৰয় মাত্ৰ। শৰণ তাৰ নাম, বিষয় তৃষ্ণাত তেজে কাম, | সিতে পাচে প্ৰেম ভকতিৰ হোৱে পাতা তীৰ্থ তপে জপে আশা তে শ ভকতিৰ হোৱে পাত্ৰ। আশা তেজে, কায়বাক্যমনে হৰি ভজে, | যথোচিতে সেৱা হৰিক সদা কয় বাক্যে গোবিন্দৰ নাম গায়ে মনে কদাচিতে লগ পাৱে, নাম গাৱে, | মধ্যম শৰণ তাহাঙ্ক শাস্ত্ৰে কহয়। শৰীৰৰ তাশা কৰে দূৰ, | নাম গায়া কৰে মন পূৰ, | জগতৰ পতি ভগৱন্ত চক্ৰপাণি। তান্ত প্ৰেম ভাত উত্তম শবণ কৱে তাক, ভল যাৰ, উত্তম শৰণে সংসাৰক কৰে হানি॥