পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৭০ অসমীয়া সাহিত্যৰ চানেকি। মোৰ মনোৰথ পৃবিয়োক নাথ, ৰাখিয়ো সাধু সঙ্গত। কোটি শত বাব নমস্কাৰ কৰো, তযু পদ কমলত। মোৰ ইতো মন | পাপিষ্ঠ দুন, | নৰমে তযু কগতি। আবে কি কবিবা দিয়ে উপদেশ, শৰণ লৈলো তোমত। মই যেন মত জানা ভাল মত, কিটোৰো নভেলো পাত্ৰ। তোমাৰ চৰণে ভক্তি পাইলে সবে,

  • নইসে ৰহিলো মাত্ৰ। মই সম নাহি পাতকী পৰম,

তুমি সম পাপহাৰী। যেহেন জুৱাই | ভেনয় কৰিয়ে, শৰণ লৈলো মুৰাৰি। শুনা সবলোক মোৰ নিজ গুৰু, দামোদৰ কৃপাময়। তাহান মহিমা। | কৈয়া নপাওঁ সীমা, অনন্ত গুণ আলয়। আছিল এক দ্বিজ শুদ্ধ মতি, তানে মুখ্য পাৰিষদ। নমো ভগৱন্ত মহা গুণৱন্ত, নাহি যাত লোভ মদ॥ ৰূপে মনোহৰ গৌৰ কলেবৰ, সকলো লোক ৰঞ্জন। ভক্তি প্ৰবৰ্তায়। দীন দৰিদ্ৰক, পালিলা যিতো সজ্জন।