পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৬৯ সাত্বত তন্ত্ৰ। যাৰ নাম কীৰ্তনত। শ্ৰৱণত স্মৰণত, পাপৰাশি সকলে দহয়। শুদ্ধ সান্ত দেহ হুয়া। নিৰূপাধি সুখ পায়, আনন্দতে মজিয়া থাকয়। হেনয় অনন্ত সান্ত জনাৰ্দন লক্ষনীকান্ত, | বেদসৰে যাৰ গুণ গায়। নিৰঞ্জন সনাতন। | নিত্যানন্দ চিদানন্দ, কোটি বাৰ নমো কৃষ্ণ পায়। এহি বুলি গৌৰী নাথ। | থাকিলন্ত মহাৰঙ্গ মনে। সাত্বত তন্ত্ৰ জানা সমাপতি হৰিক স্মৰণে॥ শুনিয়োক সভাসদ হেলা নকৰিবা আক জানি। | নাৰদ মুনিক চায়, নৱম পটল এহি, ইতো কৃষ্ণ কথা পদ, অপোন সদয় গুণে হুয়া হাতি তুষ্ট মন, নেবিবাহ ৰাম কৃষ্ণ বাণী॥ নকৰিবা আসন্তোষ, মোৰ নধৰিবা দোষ মই পুনু আতি তাল্প জন। হৃদয়ত থাকি কৃষ্ণে বঢ়া টুটা যত দোষ | যিমতে দিলন্ত শিক্ষা, তেনমতে কৈলো নিৰূপণ। যিৰ অৰ্থ নপাইলোহো, তাক কুফে ক্ষমা কৰন্তোক। অনাথৰ নাথ প্ৰভু, মোক কৃপা দৃষ্টি চাহান্তোক। মই সে অনাথ তেহে।। | দোলড়ী। নমো নমো কৃষ্ণ দীন দয়াশীল ইষ্টদেৱ মোৰ, পতিত পাবন হৰি। | ভকত বৎসল, দুঃখিতৰ দুঃখ হাৰী।