________________
৪৬৮ পূবে সবে মনোৰথ, সংগ্ৰহ শুনিয়ে মুনি, অসমীয়া সাহিত্যৰ চানেকি। যা অন্য দেবতাৰ শবণ ভজন ছাৰি, | কৃষ্ণতে সে শৰণ পশয়। ইহ পৰলোকে তাবা কৃতাৰ্থ হবিৰৰ প্ৰিয়, আনন্দতে বৈকুণ্ঠ চলয়।। কহিলে তোমত এহি উত্তম সাত তন্ত্ৰ, ইসে বিষ্ণু ভক্তৰ জীৱন। সৰ্বসিদ্ধি প্ৰদায়ক | শ্ৰৱণ কীৰ্ত্তন তাতি, কৃষ্ণ ভক্তি উপজে শোভন। ভক্তিক লভিলে যদি ভলে যদি আৰ কিবা পাৱে ফল, | যাতে হবি হোন্ত তাত বশ্য। ভক্তি সি সুগম পথ জান ভক্তি পৰম ৰহস্য। সাত্বত তন্ত্ৰৰ সাৰ। বিৰাটৰ জন্ম কৈলে যাত। এবিষ্ণুৰ অৱতাব ভক্তি যোগ কহিলো তোমাত! ভক্তিৰ লক্ষণ মই যুগ ধৰ্ম্ম মোহৰ সাধন। বিষ্ণু নাম সহস্ৰেক (তামাত কৰিলো নিৰূপণ॥ বিষ্ণু নাম বৈষ্ণৱৰ। তাৰো কহিলেহো প্ৰায়শ্চিত্ত। সৰ্বসাৰ ৰহস্যক তন্ত্ৰৰ কাৰণ যথোচিত। হিংসা বিধি নিষেধক তোমাৰ প্ৰশ্নৰ অনুসাৰে। কৃষ্ণৰ একান্ত ভক্তি তাতেসে কহিলো বাৰে বাৰে। পন্ন অঙ্গ কলা ভেদ, | পৃথকে পৃথকে কৈলো, নামৰ মহিমা মই, অপৰাধ নিৰোপিলো, নিৰূপণ কৰিলোহে সকলে তোমাত কৈলো, | তুমি মহাভাগৱত,