পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সাত তন্ত্ৰ। ৪৬৭ ইহাক শুনিলে হুইবে তাৱশ্যে কুশল। হেন জানি শুনিয়োক ত্যজিয়া বিকল | কৃষ্ণবে সে কথায়ে চিত্তক কৰে শান্ত। এতেকে কথাত কৰা চিত্তক একান্ত। কৃষ্ণৰ কিঙ্কৰে কইে ভাগৱত মিশ্ৰ। ৰাম বান বুলি তৰা সংসাৰ তমিশ্ৰ। চবি। শঙ্কৰ বদতি মুনি হিংসাৰ কহিলো কথা বেদৰ যে নুহি অভিপ্ৰায়। বিশেষত ভকতৰ | হিংসা কৰ্ম্ম ত্যাগ হয়। যতো হবি সৰাতে ছয়॥ ময়ো আগমত বিব। | হিংসাক বিহিয়া আছে কামুকৰ ফলৰ কাৰণে। মোৰ অভিপ্ৰায় নুহি জানিবাহা সাৰে সাৰ যাতো আজ্ঞা দিল। নাৰায়ণে॥ এতেকে তুমিও মুনি। | কাম্যকৰ্ম্ম পৰিহৰি | কৃষ্ণ কথা শুনা বাতি দিন। প্ৰবৃত্ত শাস্ত্ৰক তুমি কদাচিতে নাচৰিব শুনিলে মলীন হৈবে মন॥ পৰমাৰ্থ পৰ যিতো নজানিয়া মুঢ় জনে পশু মাৰি দেৱক যজয়। কাম ভোগ বসানে | নিন্তে পথত তাক পশুসবে বাতত কাটয়। নিবৃত্তি শাস্ত্ৰৰ মাঝে হৰি ভকতি সে মুখ্য, বিশেষত কৃষ্ণ লীলা কথা। জগতৰ সুমঙ্গল ইহাক কীৰ্তন কৰা, কৰ্ণে কি শুনিয়ে সৰ্বথা।