পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

অসমীয়া সাহিত্যৰ চানেকি। পৰম সুন্দবী উষাক দেখিয়া সৱবে অতি হবি। সকল নগৰী। | জয় কৃষ্ণ ধ্বনি শুনি মাত্ৰ দশেদিশ। শঙ্কৰ সহিত যুদ্ধ বিপৰীত কৃষ্ণৰ যেন বিজয়। প্ৰভাতে উঠিয়া। | ভকতি কবিয়া অক যিতো সুমবয়। কৃষ্ণ সুপ্ৰসন্ন তাৰো একোঠানে | নুহিবেক পৰাজয়। হৰি সুমৰণ মুকুতি কাৰণ সমস্তে সুখ মিলয়।। শুনা নৰ নাৰী একচিত্ত কৰি ভাগৱত কথা সাৰ। লম্ভা নাহি আত। তামৃত সাগাত ইসে মুকুতিৰ দ্বাৰ। তথাপি ইহাত মতি নাহি যাৰ আপুনি শুনিল। | সি সি জন যমদূত। শিৱৰ উত্তৰ। কহিবো কিবা বহুত। বিষয়ক ভুঞ্জে ইঠাৱতে দেখি তাক। অমৃতক ত্যজে জানি তাক ত্যজি | হৰি পদে ভজি ঘনে ছাড়া হৰি ডাক॥