পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

হাসমীয়া সাহিত্যৰ চানেকি। ৪০৪ একেশ্ববে গাসহ যাইবা একেশ্বৰে। কত শুনি অছি পুত্ৰ ভাবা ৰক্ষা কৰে। হেন জানি ইতো বাসা আশা সৱে ছাড়ি। কক ভকতি কৰা এক বুদ্ধি কবি॥ আপদৰ বান্ধৱ মাধৱ বুলি যাক। দিয়ে তাঙ্ক ধৰি হৰি হবি ছাড়া ডাক॥ উষয়ে সহিতে বসিয়া শয্যাতে কুমাৰে খেল পাশ। দেখি বাণে যাই | ৰহিল তধাই মুখত খৰ উশাস॥ কামৰ কুমাৰ | | পৰম সুন্দৰ শ্যাম বৰ্ণ কলেৱৰ। পীত বসন। কমল নয়ন দেখি যেন মনোহৰ। ঈষত হসিত, কটাক্ষে লক্ষিত প্ৰকাশে মুখ-কমল। কুণ্ডলব কান্তি অলকাৰ পংক্তি | জুলে অতি নিবমল॥ ঊষাৰ সম্ভোগ। বঙ্গ সময়ত ৰুচিৰ কুট কুঙ্কুম। লাগি আছে ভালা হিয়ে স্কুলে মালা | গ্ৰন্থিত চাৰু কুসুম। মালতী মধাই তাৰ গন্ধ পাই | ভ্ৰমৰে নছাড়ে পাশ। ঊষাৰ বদন নিৰীক্ষ সঘন | তোলন্ত মধুৰ হাস। মহা বাহু দুই দেখি ভয় হুই | শত্ৰুৰ কাম্পে হৃদয়। হেন পুৰুষক | দেখি বাণাসুৰে ভৈলেক অতি বিস্ময়।