________________
৩১৭ ভাগৱত। থাক তই মহাশান্তী। ইহান চৰণ চিন্তি মই হেৰা চলিলো এখনে। পশিয়া দ্বাৰকাপুবী কুমাৰক আনি হৰি দিবো তই থাক ৰঙ্গমনে। এহি বুলি বৰনাবী সখীক আশ্বাস কৰি চলি গৈল তাকাশ গমনে। শিৱৰ চৰণ চিন্তি মহা ৰঙ্গে গৈল শান্তী | দ্বাৰক। পুৰীক ৰঙ্গ মনে॥ কতো দূৰ গৈল তাই নাৰদক লাগ পাই প্ৰণাম কৰিল কৌতূহলে। ঋষিয়ে পুছিল। কাষ চলি যাস কোন ৰাজ | চিত্ৰলেখা কহিল সকলে। নাৰদে কহন্ত হাসি কৃষ্ণৰ পুৰত পশি কুমাবক হৰিবি কমনে? জানি কত মায়া তই দেখাও মায়া বুঝে মং তেবে পতিয়াইব মোৰ মনে। যাৰ সম নাহি কেৱ মহা বড় বাপেৰ তান প্ৰিয় নাতি অনিৰূদ্ধ। হেন তোৰ স্ত্ৰীৰ সাস তঙ্ক হাৰবা | কিনো তই মায়াত প্ৰবুদ্ধ। না শুদ্ধ বুধ জন ইতো কথা বিতোপন দেখিও সকলে মায়াময়। তেসে দেখি সুখ জীৱন মৰণ দুঃখ মায়া বিনে কিছু নাভাসয়। তে দেখিও মায়া ধন জন পুত্ৰ জায়া স্বপনতো স্বপন পৰাই। মায়াতেসে দেখি মায়াতে দেখিও মায়া । স্বৰূপত সবে মিছা। | তৰিবাক যাৰ ইচ্ছা কৃষ্ণক ভজিও সমুদায়।