________________
৩১৮ অসমীয়া সাহিত্যৰ চানেকি। শিকিলাহা অস্ত্ৰ তান ঠাই, দেখুয়াইল। তা মুনিযাই, | তোমাৰ শৰত জৰ্জ্জবিত কলেৱব। নাকে কাণে দিলা অস্ত্ৰ জাল, ভৈলা পশু বাম লালকাল, প্ৰাণব কাতবে ভিড়িয়া দিলে লৱৰ। দেখি সৰ্বলোক ভৈলা ভয়, দেৱগণে কৈলা জয় জয়, | পৰম বিস্ময় মিলিল সবাৰ মনে। তোমাৰ সমান পৰাক্ৰমি, নড় দেখি শুনি শব শ্ৰম, | হেনয় ৰীৰক কিমতে জিনিলা ৰণে॥ কিনো নিদাৰুণ ধনঞ্জয়, ভীষ্মক মবিন্তে তিলেকো নভৈলা দায়। সহজে ক্ষত্ৰিয় নিদাৰুণ, গোবিন্দ সাবথি মহা কপটৰ মায়া। অৰ্জুনৰ শৰে সশৰীৰে, লোতক বহৰ নিবন্তৰ মূচ্ছা যায়। যমদও সম শৰচয়, ৰুণ, ক্ৰোধে দুই চক্ষু তাম্ৰবৰ্ণ | অস্থি মজ্জা দহি পীড়া কৰে, শোণিত বহয় শৰীৰব, | যেন গেৰু ধৰা পৰ্বতৰ, খনো খনে নেত্ৰ মেলি দশোদিশে চায়। | কেনে সহিবন্ত তান মাতৃ, আমাৰ হৃদয় পেড়ে আতি, কেনে সহিবত পঙ্কজ লোচনী দেৱী ভাগিৰথী আই। নৃপতি সব শিববাগত, ভাগক মাৰন্তে কিমতে আছিলা ঢাই।। যুধিষ্ঠিৰ ৰাজা সমৰত, অৰ্জ্জনক দেখা ৰথ মাজে, | পবত গোটক পৃথিবীত থৈলা শালি।
- ধৰি যেন দেৱৰাজে,
একেযে ৰথত দুয়ো সখি, চন্দ্ৰ সম জলে দুই আখি, দুয়ো একে বৰ্ণ ধনঞ্জয় বনমালী। সজল জলদ শ্যাম তনু, তাহাতে | প্ৰলম্বিত বাহু অতি সুকোমল বেশ। ইতিনি ভুৱন ভিতৰত, ভালেতে দ্ৰৌপদী অৰ্জুনত বৰ স্নেহ। হতে প্ৰকাশে শৰ ধনু, আঙ্ক তম নাহি সমৰত,