পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাহ। ১৯৮ অসমীয়া সাহিত্যৰ চানেকি। ৰাগ ধনী--একতালি। পিয়ুক সমীপ চলে মাই। হবি দৰশনে চলে যাই। শিশু সমে বসুমতী লহুলন্থ গতি যাই। পদ। সুতক সন্তাপে তাপে তনু ভেল হ্ৰাস। লোকে লেপিত মুখ ফোকাবে নিশ্বাস। স্বামীক কৰে। পাৱে পৰণাম। কহতু শঙ্কৰ গতি মতি মেৰি বাম। ঐচন, শিশু সমে বসুমতা আসি || কৃষক পবি পৰণামিকহো কৰয়োড়ি বোলল। | বসুমতী। হে আমি কৃষ্ণ! কোটি ব্ৰহ্মাণ্ডেশ্বৰ পৰম পুৰুষ পুৰুষোত্তম তুহু জগতগুৰু। তোহোক দ্ৰোহ কবিয়ে পাপী পুত্ৰ নবক নিজ পাপে নাশ গেল। তাহে পুত্ৰ ওহি ভগদত্ত নাকি তোহাবি পাৱে সমৰ্পল। আহেক ৰক্ষা কৰহ। হামাৰ সন্ততি হোক। তোহাৰি চৰণ পঙ্কজে কাতৰ কয় ভয় প্ৰসাদ মাগো গোসাঞি। সূত্ৰ। ওহি বুলি বসুমতী বহুত বিলাপ শ্ৰীকৃষ্ণক তাও কয়ল। ঐচন কাৰুণিক বাণী শুনি, নাৰায়ণ বসুমতীক আশ্বাস কয় বোলল। একুষ। অহে বসুমতি! তুহু তাপ তেজ হ। তোহাৰি পুত্ৰ নৰকাসুৰ ভুমিক ভাৰ ভেলি, সে নিমিত্ত ইহাক মাৰি তোহাৰি ভাৰ দূৰ কয়ল। তোহাৰি বচনে ওহি ভগদত্তক কামৰূপ পটে ৰাজা পাতৰ। তুহি চিন্তা নাহি কৰবি। | সূত্ৰ। ওহি বুলি শ্ৰীকৃষ্ণ বসুমতীক লিঙ্গি আশ্বাসিয়ে অন্তঃপুৰে প্ৰবেশ কয়ল। ষোড়শ হাজাৰ কন্যা তাহেৰ বাৰি পাই দ্বাৰকাপুৰ পাঠাৱল। অদিতিক কুণ্ডল, বৰুণক ছত্ৰ, মণিপৰ্বত লৈয়া গৰুডক কন্ধে সত্যভামা সমে স্বৰ্গক কৌতুকে চলল। অতঃ সৰ্গস্য নিকটং দৃষ্ট। কৃষ্ণো মুদাযুতঃ। বৱো শঙ্খং পাঞ্চজন্যং হয় দিবি দেৱতাঃ। সৱ নৰকাসুৰ মাৰি শ্ৰকৃষ্ণ স্বৰ্গক সমীপ পাই পৰমানন্দে শঙ্খধ্বনি কয়ল। ধ্বনি শুনি জানল, দেৱতাসব বোলল- নবসব। হাঃ হামাৰি স্বৰ্গক লাগি কম আৱল। জয় শ্ৰীকৃষ্ণ কি | দেবতাসব। আঃ হাসান জয়। (পুষ্পবৃষ্টি।)