পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯২ সমীয়া সাহিত্যৰ ঢানেকি। চাড়ল পৰম তাপে মবছে! হা হা চক্ষুৱে দেখিতে পাৱ কি নাপাৱ! দেৱ, সবে যাৱ। সূত্ৰ। মুনেৰ্বচনমাকিৰ্ণ মাধৱে। ভক্তবান্ধব। দ্ৰুতং তস্যা গৃহং প্ৰগৎ প্ৰিয়ায় প্ৰেমবিহ্বলঃ। মুনিক মুখে প্ৰিয়াক দুখ শুনি শ্ৰীকৃষ্ণ প্ৰেমে বিহ্বল হুয়া মুনিক কাতৰ কবি- কহো, বাত পুচিকহো। জৈচে সত্যভামাক সমাপ চলল তাহে দেখহ শুনহ নিৰন্তৰে হৰি বোল হবি। বাগ-তুব-জতিমান। এমুনি কহিয়ো কহিয়ো কপট পৰিহৰি। প্ৰাণে কি জীৱয় মোক প্ৰাণেৰ সুৰী॥ পদ। মানিনী নসহে তিলেকে। তাপমান। মেবি অপবাধ কৈচে ধবব পৰাণ। প্ৰিয়াক সন্তাপ তাপে দহে শোক আগি। কুসুম নাদিয়ে ভেলো তিৰি বধ ভাগী। জুৰাইতে নয়ন প্ৰিয়াৰ পাইলা কোল। দেখি আকুল কৃষ্ণ কাতৰ বোল। শ্ৰীকৃষ্ণ প্ৰেমে বিহ্বল হুয়া প্ৰিয়াক দেখল। লোকে মুখ মলিন। ঘনে ঘনে নিশ্বাস ফোকাৰি মাটিলুটি ৰহ। তাহে পেখি শ্ৰীকৃষ্ণ হা হা কি ভেল বোলি আঙ্কোৱালি ধৰল। নয়নক নীৰ ঝবাই আশ্বাস বোলল। | শ্ৰীকৃষ্ণ। হে প্ৰিয়ে! গোটা এক ফুল ৰুক্মিণীক দেলো। সে নিমিত্তে যদি অপমান কৰহ তবে উঠহ। তোক একশত পাৰিজাত দেৱব। হে প্ৰাণ প্ৰিয়ে! সে ৰুক্মিণী, জাম্বুৱতী তোহোক সম সৌভাগিনী হয় নাহি। তুহু হামাৰ প্ৰাণসম প্ৰিয়া। জানি তাপ তেজহ। তোহাৰি দুখ, দেখি হামাৰ হৃদয় সহয় নাহি হে প্ৰিয়ে! হামাক শপত উঠহ উঠহ। সূত্ৰ। প্ৰিয়ং প্ৰণয়-কোপেন নিশ্বস্যাহ ততঃ সতী। মাং ধূৰ্তাকেদুৰ্ভাগাং কিমৰ্থং ব্যথসে পুনঃ। তদনন্তৰ শ্ৰীকৃষ্ণক বাক্য শুনি দেবী সত্যভামা স্বামীক পিঠি দিএ কহহ। হেঠমাথে সৰুণে ক্ৰন্দন কয় বোলল।