হাঙ্কীয়া নাট। ১৯১১ সূত্ৰ। মুনেনিমাৰ্ণ শোক-কোপ-পবিপ্লতা। মূৰ্ছিতা পতিতা ভূমৌ যথা বাতাহতা লতা। তদন্ত নাবদ মুখে সতিনাক মহোদয় শুনি কহো কোপ তাপমানে আন্ধাৰি দেখিয়ে দেবী সত্যভামা মুচ্ছিত হুয়া পৰল। জৈচে লৱঙ্গল বাতে উৎপাড়ল। তদ্বতং কেশ মুক্ত ভেল। মুখে বচন হবল। নাসাত প্ৰাণ বায়ু নেখেলে। ইন্দুমতী। হা হা প্ৰাণ সখি! সবল-( বাহু মেলি ধৰল, শিৰে জল সিঞ্চল, আপোবে বিঞ্চি প্ৰবোধ বোলল) হে প্ৰাণ সখি! সতিনীক অপমানে মৰিতে চাৱ। ওহি কোন ব্যৱহাৰ!! অঃ সে প্ৰাণ মাধৱ স্বামী তোহাৰি মন সাধব নাহি। মাৱ! ওহি দুৰন্ত চিন্তা পৰিহব। সূত্ৰ। কথঞ্চিৎ চেতনাং প্ৰাপ্য লব্ধ। দেবী পুনঃ পুনঃ।। | বিনিশ্বস্যাপমানেন ৰুবোদ সখী-সন্নিধৌ। সে দেবী সত্যভামা কথঞ্চিত চেতন লভিয়ে ঘন ঘন নিশ্বাস ফোকাৰি জৈচে সন্তাপ কয়ল তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি। ৰাগ কৈল্যাণ-জতিমান। মানিনী মাই নয়ন পঙ্কজ জুৰে বাৰি। ফোকায় শ্বাস হ্ৰাস ভেল দেহ। ঘন ঘন দেখু অন্ধিয়াৰি। পদ। সতিনীক উদয়ে হৃদয়ে দহে আগি। অধিক মিলল মন তাপ। ধিক অব জীৱন যৌৱন মোহে। অভাগিনী কৰত বিলাপ | হৰি হৰি প্ৰিয় মেৰি বৈৰি অধিক ভেলি। কয়লি অতয়ে অপমানা॥ ধৰণী লুটি লুটি বিলাপতি বালা। কৃষ্ণ কিঙ্কৰ ৰস ভাণা। দেবী সত্যভামা ওহি সকৰুণ বিলাপ অপমান কয় থিক। তদন্তৰে কলহপ্ৰিয় নাৰদ পুনৰ্বাৰ কৃষ্ণক আগু গিয়া যে বোলল তা শুনহ। নাৰদ। (কৃষ্ণ সমীপে গিয়া কহু) আহে শ্ৰীকৃষ্ণ! তুহু এথ কোন সুখে ৰহস। সে প্ৰিয় সত্যভামা পাৰিজাতক নিমিত্ত অপমানে অন্নপান সৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৯৭
অৱয়ব