১৮৮ অসমীয়া সাহিত্যৰ চানেকি। ভবামি দশ দিশ তুৱা গুণ গায়া! হামাকু আগু কবসি ওহি মায়া। জগত উদ্ধাৰল যাহে চবিত্ৰ। তাহেক হামো কয়লি পবিত্ৰ। যাহেবি নামে মুকুতি পদ পাই। সে হবি কৰ তুতি নতি কতি লাই। তুহু জগতক গুৰু দেৱক দেৱা। তোহাৰি চৰণে হোক মোৰ সেৱা। মুখে যেন নোচোড়োহহা তুৱা গুণ নাম। মাগো ভয় বৰ তোহাৰি ঠাম॥ হে কৃষ্ণ! তোহো পৰম পুৰুষ নবায়ণ। ভুমিক ভাৰ হৰণ নিমিত্ত অৱতছি। সাম্প্ৰত পাপী নবকাবে দেৱতা সৰক বহুত দুখ লগাৱ। তন্নিমিত্ত শচী সহিত ইন্দ্ৰ দেৱতা তোহাৰি চৰণে শৰণ লেলহ। হে শ্ৰীকৃষ্ণ দেখু দেখু। (মৌন ৰহল )। সূত্ৰ। ওহি বুলি নাবদ মৌনে হল। তদন্তৰ কৃষক আগু পৰি পুৰন্দৰ প্ৰণাম কয় কহু সভাৰ্যে কৰ যেড়ি তুতি বোল, তাহে দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি। ( সভাৰ্য্যা-পুৰন্দৰ সভামধ্যে প্ৰবেশ কয়ল)। পোৰ। পুৰন্দৰ। জয় জয় যাদৱ দেৱ, জয় ধাকৃত্য সেৱ। জয় ভকত ভয় হাৰী, জয় জয় ঈশ্বৰ মুৰাৰী। জাকেৰি নাম উচ্চাৰি, পাই পদ ৰস চাৰি। জীৱ নিয়ন্তা তুহু আত্মজ, বন্দো তুৱা পদ পঙ্কজ। তাঘ বক ধেনু কংশ, মাৰল অসুৰ সব সবংশ। হলি ভুমিকেৰি ভাৰ, ভকত হেতু অৱতাৰ। সাম্প্ৰত গোচৰ হামাৰি, বান্ধৱ শুনহ মুৰাৰী। অব নৰকাসুৰ পাপ, কৰই বড়ি উপতাপ। আনল স্বৰ্গক মাৰি, দেৱক যতেক কুমাৰী। সৰ্বস্ব নৰহে হামাৰি, তৱ পাৱে কয়লো গোহাৰি।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৯৪
অৱয়ব